--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়বোৰ ছবিতে নায়ককে একচন দৃশ্যত অভিনয় কৰা দেখা যায়। ‘কবীৰ সিং’ৰ পৰা শেহতীয়া ‘এনিমেল’লৈকে বেছিভাগ ছবিতে নায়কসকলৰ সৈতে একচন দৃশ্য দেখা গৈছে। ‘ফাইটাৰ’ বা ‘জাৱন’ৰ দৰে মুষ্টিমেয় ছবিত নায়িকাসকলে মাৰপিট কৰা দেখা গৈছে। কিন্তু তেওঁলোকৰ সংখ্যা অতি কম। 

সেয়েহে নোৰা ফাতেহীয়ে এনে এখন চিনেমাত অভিনয় কৰিবলৈ অতিশয় ইচ্ছা কৰিছে য’ত তেওঁ একচন কৰাৰ সুযোগ পাব। নোৰাই পৰিচালকসকলক অনুৰোধ কৰে এখন ছবিৰ বাবে, য’ত তেওঁৰ কথা চিন্তা কৰা হয়।

‘ক্ৰেক’ ছবিখনত নোৰাই বিশেষ ভূমিকা পালন কৰিছিল। মূলতঃ ই একচনমুখী ছবি। নোৰাক পৰ্দাত ষ্টাণ্ট কৰা দেখা যাব। বিদ্যুৎ জামৱাল আৰু অৰ্জুন ৰামপাল এই ছবিখনৰ দুটা স্তম্ভ। দুয়োজনেই বলীউডৰ অন্যতম শৰীৰ সচেতন অভিনেতা হিচাপে পৰিচিত। এই যুটিটোৰ সৈতে কাম কৰি নোৰাক পৰ্দাত একচনৰ দিশত অতিৰিক্ত বুষ্ট দিলে। তেওঁ বিচাৰে যে তেওঁ গোটেই ছবিখনতে ষ্টাণ্ট কৰে।

নোৰাৰ মতে এগৰাকী নৃত্যশিল্পী এগৰাকী খেলুৱৈৰ দৰেই ফিট হোৱাটো প্ৰয়োজন। দুয়োটা ক্ষেত্ৰতে ফিটনেছ অতি গুৰুত্বপূৰ্ণ। নোৰাই ক’লে, “মই নিজে এগৰাকী নৃত্যশিল্পী। নাচিবলৈ ফিট হোৱাটো কিমান গুৰুত্বপূৰ্ণ মই জানো। মোৰ বিশ্বাস যদি কোনোবাই মোক এনে ভূমিকাত বিবেচনা কৰে তেন্তে মই নিৰাশ নকৰো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ