--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰু মাত্ৰ কেইটিমান ক্ষণ৷ আজি সংসদত ভাষণ প্ৰদান কৰিব কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে৷ দুপৰীয়া ১২ বজাত সংসদত ভাষণ ৰাখিব গান্ধীয়ে৷ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰি সমালোচনাৰে থকা-সৰকা কৰিছিল ৰাহুল গান্ধীয়ে৷ পৰৱৰ্তী সময়ত মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ বিষয়ত সৰব হৈছিল ৰাহুল গান্ধী৷ মণিপুৰ ভ্ৰমণো কৰিছিল গান্ধীয়ে৷ কিন্তু এইপৰ্যন্ত মণিপুৰ ভ্ৰমণ কৰাৰ পৰা বিৰত আছে প্ৰধানমন্ত্ৰী মোদী৷ ধাৰণা কৰা হৈছে আজি মণিপুৰৰ প্ৰসংগৰেই চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব হ’ব কংগ্ৰেছ নেতাগৰাকী৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস