--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সুৰাৰ নিচাত মাতাল হৈ থকা জামচেদ আলীয়ে পল্টন বজাৰ পৰিবৰ্তে মহিলা যাত্ৰীগৰাকীক নিব বিচাৰিছিল গণেশগুৰিৰ দিশত।

ডিজিটেল ডেস্কঃ  সঁচাকৈ গুৱাহাটীত সুৰক্ষিত নহয় নেকি মহিলা যুৱতী? অটো চালক এগৰাকীৰ অসভ্যালিৰ কথা পোহৰলৈ আহিছে।


মহিলা যাত্ৰীক অশ্লীল গালি পাৰি আটক হ'ল অটো চালক জামছেদ আলী।


নিশা উলুবাৰীত এগৰাকী মহিলা যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা চলাইছিল জামছেদে।


সুৰাৰ নিচাত মাতাল হৈ থকা জামচেদ আলীয়ে পল্টন বজাৰ পৰিবৰ্তে মহিলা যাত্ৰীগৰাকীক নিব বিচাৰিছিল গণেশগুৰিৰ দিশত।


গুৱাহাটী ৰে'লৱে ষ্টেচনলৈ বুলি অটোত উঠিছিল মহিলাগৰাকীক।


মহিলা যাত্ৰীগৰাকীক উলুবাৰীত গালি গালাজ কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে চালক জামছেদ আলীক।


জামছেদক পল্টন বজাৰ আৰক্ষীয়ে ধৰি লৈ যায়। তেওঁক জেৰা চলাই থকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ