--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তিতাবৰ পূবালী নগৰৰ নুৰ ৰহমান নামৰ এজন যুৱক আৰু তেওঁ পৰিয়ালৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ এক ভয়ংকৰ ঘটনা। বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই এগৰাকী অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন চলালে মুছলমান স্বামীয়ে। 


গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।


এই ঘটনা তিতাবৰৰ। তিতাবৰত লাভ জেহাদৰ বলি হৈছে এগৰাকী হিন্দু যুৱতী। বিভিন্ন প্ৰলোভনেৰে হিন্দু যুৱতীগৰাকীক বিয়া পাতি মুছলমান যুৱকজনে মাৰপিত কৰাৰ অভিযোগ পৰিয়ালৰ।


তিতাবৰ পূবালী নগৰৰ নুৰ ৰহমান নামৰ এজন যুৱক আৰু তেওঁ পৰিয়ালৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।


অন্তঃসত্ত্বা হিন্দু মহিলাগৰাকীক পেটত গুৰুতৰভাৱে আঘাত কৰাৰ অভিযোগ স্বামী নুৰ ৰহমান আৰু বায়েক চুমনিৰ বিৰুদ্ধে।


পেটত গুৰুতৰ আঘাত কৰাত এতিয়া যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈছে আছে মহিলাগৰাকী।

বোৰ্খা পৰিধান নকৰা আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই দীৰ্ঘ দিনৰ পৰা মহিলাগৰাকীক স্বামী নুৰ ৰহমানে অত্যাচাৰ চলাই অহাৰ অভিযোগ তুলিছে মহিলাগৰাকীৰ পৰিয়ালে। ইতিমধ্যে মহিলাগৰাকীৰ মাতৃগৃহৰ লোকে নিশা তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু