--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইৰিছ লেখক পল লিঞ্চে ২০২৩ চনৰ বুকাৰ বঁটা লাভ কৰিছে।  তেওঁ তেওঁৰ উপন্যাস প্ৰফেট চঙৰ বাবে এই বঁটা লাভ কৰে। ৪৬ বছৰীয়া পল লিঞ্চৰ সৈতে আন পাঁচগৰাকী লেখকক  তালিকাভুক্ত কৰা হৈছিল। 

পল লিঞ্চ হৈছে বুকাৰ বঁটা লাভ কৰা পঞ্চমগৰাকী আইৰিছ লেখক। চলমান ৰুশ্দী, মাৰ্গাৰেট এটউড আৰু হিলাৰী মেণ্টেলে পূৰ্বে  এই বঁটা লাভ কৰিছিল।

 লিঞ্চে কয় "এই কিতাপখন লিখাটো বৰ  সহজ নাছিল,"। এই বছৰৰ বুকাৰ বঁটাত আছে   ৫০,০০০ইউৰো । লিঞ্চৰ কিতাপখনে অনাগত দিনবোৰত ডাবলিনত কেনে পৰিবেশ  হ'ব সেয়া বৰ্ণনা কৰিছে। গ্ৰন্থখনত  এগৰাকী মাতৃৰ কাহিনীয়ে ঠাই পাইছে৷  তেওঁ কিদৰে তেওঁৰ  চাৰিটা সন্তানক স্বৈৰাচাৰী চৰকাৰৰ পৰা বচাব বিচাৰে সেয়া গ্ৰন্থ খনত ফুটাই তোলা হৈছে।  লিঞ্চে কয় "যেতিয়া মই এই কিতাপখন লিখি আছিলোঁ, মোৰ বিবেকে মোক বাৰে বাৰে কৈছিল যে মই এইখন লিখি মোৰ কেৰিয়াৰ নষ্ট কৰি আছোঁ। মই তথাপি  কিতাপখন লিখা বন্ধ কৰিব নোৱাৰিলোঁ। মই জানিছিলো যে মই ইয়াক যিকোনো পৰিস্থিতিতে লিখিবই লাগিব। '

কিতাপখনত সামাজিক আৰু ৰাজনৈতিক উত্থান পতনৰ কথাও প্ৰতিফলিত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ