--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত এটা ‘ৰহস্যময় জন্তু’ও অতিথি আছিল নেকি? নেটিজেনৰ মাজত হোৱা জল্পনা-কল্পনাৰ মাজতে দিল্লী পুলিচে ইয়াৰ উত্তৰ দিছে। সোমবাৰে নিশা দিল্লী আৰক্ষীয়ে তেওঁলোকৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত কয় যে এই ‘ৰহস্যময় জন্তু’টো ঘৰৰ আশে-পাশে থকা এটা সাধাৰণ মেকুৰীৰ বাহিৰে আন একো নহয়।

দিল্লী আৰক্ষীয়ে তেওঁলোকৰ এক্স-মেইলযোগে লিখিছে, ‘এটা জন্তুৰ ছবিৰ সৈতে একাংশ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াই কৈছে, ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণৰ সময়ত এটা হিংস্ৰ জন্তু দেখা গ’ল। কিন্তু এই তথ্য শুদ্ধ নহয়। ওলোৱা ছবিখন মেকুৰীৰ।” 

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত থকা দিল্লী আৰক্ষীয়েও এনে উৰাবাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।

দেওবাৰে নিশাৰ পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মোডীৰ শপতগ্ৰহণৰ কেইবাটাও ভিডিঅ’। সেই ভিডিঅ’বোৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ‘ৰহস্যময়’ জন্তুটোৱে! নেটিজেনৰ মাজত আৰম্ভ হ’ল জন্তুটো নাহৰফুটুকী নে মেকুৰী, সেই লৈ তীব্ৰ আলোচনা। মাত্ৰ কেইছেকেণ্ডমানৰ ভিডিঅ'টোত ধৰা পৰিছিল ‘অচিনাকি’ অতিথিজন। অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে এই বিষয়ে কোনো নিজা মন্তব্য দিয়া নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ