--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জবা ফুল অসমৰ এবিধ থলুৱা ফুল। অসমীয়া মানুহৰ ফুলৰ বাগিচাত এইবিধ ফুলে শুৱনি কৰি ৰাখে। জবা ফুল খুব সহজতে গজা এবিধ গছ। জবা ফুলক আছে বহু উপকাৰী গুণ। জবা ফুল বহু প্ৰকাৰৰ বা ৰঙৰ আছে তাৰে ভিতৰত ৰঙা জবা ৰক্ত জবা বেছিকৈ উপকাৰী। ৰঙা জবা এবিধ প্ৰসিদ্ধ ফুল। ইয়াক সকলোৱে চিনি পায়।

জানো আহক জবা ফুলেৰে কিদৰে উপকাৰ সাধন কৰিব পাৰি।   

১) যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে জবা ফুল পিছি ৰস উলিয়াই খালি পেটত খালে ১৫ পৰা এমাহলে ব্যৱহাৰ কৰিলে সম্পূৰ্ণ ৰূপে ফলাফল লাভ কৰিব।

২) মহিলাৰ মাহেকীয়া হলে যদি বিষ অনুভৱ হয় তেন্তে ৰাতিপুৱা খালি পেটত ৪/৫ পাহ মান জবা ফুল পিছি ৰস উলিয়াই নিয়মিতভাৱে খালে ভাল পাব। যথেষ্ট আৰাম অনুভৱ কৰিব ।

৩) শৰীৰৰ বাবে অনুপযোগী কলেষ্টৰল বঢ়িলে ৰাতিপুৱা খালী পেটত জবা ফুলৰ পাহ চোৱাই খাব পাৰে বা ৰস গাখীৰৰ লগত মিহলাই খালে ফলাফল লাভ কৰিব

৪) জবা ফুল পিছি নাৰিকল তেলৰ লগত মিহলাই সানিলে চুলি উজ্জল আৰু ক’লা হয় ।

৫) যদি আপোনাৰ চুলি সোনকালে পকিছে বা সৰে তেনেহলে এমাহ জবা ফুলৰ ৰস আৰু আমলখিৰ ৰস সানিলে খুব সোনকালেই ফলাফল লাভ কৰিব ।

৬) ই উষ্ণবীৰ্য, কফ, বায়ুনাশক, ইন্দ্ৰলুপ্ত (টাক পৰা) ৰোগত হিতাকাৰক। 

৭) কৃমি নাশক আৰু বমনকাৰক। 

৮) জবাফুলৰ পাতে প্ৰস্ৰাৱৰ সমস্যা ঠিক কৰে।

৯) জৰায়ুৰ ক্ৰিয়া জবা ফুলে ভাল কৰে। 

১০) বহুদিন মাহেকীয়া নহ’লেও ইয়াক খালে ভাল ফল পোৱা যায়।

১১)জাবাফুল এক প্ৰাকৃতিক স্ক্ৰাবাৰ৷ এই ফুলে ছালৰ মৃত কোষবোৰ উজ্জ্বল কৰি তোলে৷ বয়সৰ দাগ আঁতৰাই ছালখন উজ্জ্বল জীৱন্ত ৰূপ কৰে৷ ।

গতিকে ৰঙা জবাৰ উপকাৰিতা গ্ৰহণ কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে