--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুটি বহুতৰে প্ৰধান খাদ্য । বহুতে আকৌ এবেলা ভাত খাই আনবেলা ৰুটি খায়৷ বিশেষকৈ উচ্চ ৰক্তচাপ থকা লোকসকলৰ বহুতেই নিশাৰ আহাৰ হিচাবে ৰুটি গ্ৰহণ কৰে৷  বহুতৰে ঘৰত নিশা খোৱাৰ পিছতো কেতিয়া ৰুটি ৰৈ যায়৷ পুৱালৈ বাহি হৈ পৰা ৰুটি খিনি পবহুতে পেলায়ো দিয়ে৷ বহুতে ভাবে যে বাহি ৰুটি খালে শৰীৰৰ অপকাৰ হ’ব৷ কিন্তু কথাষাৰ দৰাচলতে তেনে নহয়৷ 


বাহি ৰুটিয়ে শৰীৰৰ অপকাৰ সাধন কৰাৰ সলনি বহু উপকাৰহে সাধে৷ ৰুটি বাহি কৰি খালে বহু ৰোগৰ পৰা সকাহ পাব পাৰি৷এক কথাত  বাহি ৰুটি  অতি স্বাস্থ্যকৰ।খাদ্য বাহি হোৱাৰ সময়তে খাদ্যৰ উপাদানৰো পৰিৱৰ্তন ঘটে৷ বাহি ৰুটিত হোৱা এনে  পৰিৱৰ্তন স্বাস্থ্যৰ বাবে উপকাৰী৷ বাহি খাদ্য খোৱাৰ ফলত গেছ-বুকু জ্বলন আদি হয় যদিও বাহি ৰুটিৰ  ক্ষেত্ৰত তেনে প্ৰায়ে  নহয়। জানো আহক বাহি ৰুটিৰ  লাভালাভৰ কথা-

১) উচ্চ ৰক্তচাপৰ সমস্যাতএতিয়া বহুতৰে ক্ষেত্ৰত দেখা দিয়া এটা ডাঙৰ সমস্যা। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনন্দিন জীৱনত বহুতো নিয়ম  অনুসৰণ কৰিব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব লাগে। অৱশ্যে ঘৰুৱা উপায়েৰে ৰক্তচাপ হ্ৰাস কৰিবলৈ আপুনি গাখীৰৰ সৈতে বাহি  ৰুটি  খাব পাৰে। বাহি ৰুটি এনেদৰে খালে শৰীৰত নিমখৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে৷
২) বাহি পিঠাত যথেষ্ট আঁহ থাকে। ফাইবাৰে দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি ৰখাত সহায় কৰে। ফলস্বৰূপে ভোক কম হয়। বাৰে বাৰে খাদ্য খোৱাৰ প্ৰৱণতাও হ্ৰাস পায়।

৩) বাহি  ৰিটিত থকা মেগনেছিয়াম আৰু ভিটামিনে  হাপানীৰ সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰে। 

৪) বাহি ৰুটি  খালে কেৱল উচ্চ ৰক্তচাপৰ সমস্যা হ্ৰাস হোৱাই নহয়, ষ্ট্ৰোকৰ বিপদাশংকা হ্ৰাস পায় । বাহি ৰুটিয়ে শৰীৰৰ উষ্ণতা সন্তুলিত কৰাত সহায় কৰে।

৫) ওজন হ্ৰাস কৰিবলৈ কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ কৰিব লাগে । বাহি ৰুটি  খালে সোনকালে ওজন হ্ৰাস হয়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক