--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত বজাৰত সৰ্বাধিক বিক্ৰী হোৱা ফল হৈছে মধুৰী। মধুৰী খাবলৈ যিমানেই সুস্বাদু সিমানেই উপকাৰীও। বহুতে শীতকালত ৰ’দত বহি মধুৰী খায়। মধুৰীত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ স্বাস্থ্য আৰু ছালৰ বাবে অতি উপকাৰী।আপুনি নিশ্চয় দেখিছে যে মধুৰীত সৰু সৰু গুটি থাকে। বহুতে এই গুটিবোৰ খাবলৈ ভাল নাপায়। কিছুমান মানুহে গুটিবোৰ আগতে উলিয়াই পেলাই দিয়ে। কিন্তু আপুনি জানেনে যে কেৱল মধুৰীয়ে নহয় ইয়াৰ গুটিও আপোনাৰ বাবে অতি উপকাৰী। ইয়াত আমি আপোনালোকক ক'ম মধুৰী গুটি খোৱাৰ উপকাৰ কি কি...

মধুৰী গুটি খোৱাৰ উপকাৰিতা-

১) পাচনতন্ত্ৰ সুস্থ হৈ থাকেঃ মধুৰী গুটি সেৱন কৰিলে পাচনতন্ত্ৰ মজবুত হয়। ইয়াৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত হজম শক্তি ভাল হয়।মধুৰী গুটি সেৱন কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যা নাইকিয়া হয়। সেইবাবেই শীতকালত ইয়াক সেৱন কৰিবই লাগে।

২) ওজন হ্ৰাস হয়ঃ মধুৰী গুটি সেৱনে ওজন কমোৱাত সহায় কৰে। কাৰণ মধুৰীত কলেষ্টেৰল একেবাৰেই নাথাকে। ইয়াৰ গুটিত আঁহৰ পৰিমাণ অতি বেছি। আনহাতে মধুৰী গুটি সেৱন কৰিলে পেটটো ভৰি থকা অনুভৱ হয়, যাৰ বাবে পেটটো বহুসময়লৈকে ভৰি থাকে।সেয়েহে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে নিশ্চিতভাৱে মধুৰী গুটি সেৱন কৰক।

৩) ব্লাড ছুগাৰ নিয়ন্ত্ৰণঃ ডায়েবেটিছ ৰোগীৰ বাবে মধুৰী গুটি খোৱাটো উপকাৰী। ইয়াত অধিক পৰিমাণৰ প্ৰটিন থাকে যিয়ে ছুগাৰ যৌগ ভাঙি পেলোৱাত সহায় কৰে। সেয়েহে মধুৰী গুটি সেৱন কৰিলে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ হয়। ফলত ডায়েবেটিছ ৰোগৰ সম্ভাৱনা কম হয়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement