--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আয়ুৰ্বেদত বিভিন্ন ধৰণৰ বনৌষধিয়ে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা দূৰ কৰিবলৈ সহায় কৰে। এই বনৌষধিবোৰৰ ভিতৰত ব্ৰাহ্মী শাক অন্যতম। প্ৰায়ে আমি চুলিৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে ব্ৰাহ্মী ব্যৱহাৰ কৰো, কিন্তু ব্ৰাহ্মী পাত সেৱন কৰি বহুতো সমস্যা দূৰ কৰিব পাৰি। আজি আমি ব্ৰাহ্মী পাতৰ উপকাৰিতাৰ বিষয়ে জানিম আহক।

 ব্ৰাহ্মী পাতৰ উপকাৰিতা-

 ১. স্মৃতিশক্তিৰ ক্ষমতা বৃদ্ধি কৰকঃ-ব্ৰাহ্মী পাত সেৱন কৰিলে মগজুৰ উন্নতি হয়। যদি আপুনি এই পাতবোৰ দৈনিক সেৱন কৰে, তেন্তে ইয়াৰ দ্বাৰা স্মৃতিশক্তি বৃদ্ধি হয়।

 ২. মানসিক চাপ দূৰতঃ-নিতৌ পুৱা খালী পেটত ব্ৰাহ্মী পাত চোবাই খালে মানসিক চাপ আৰু উদ্বেগজনিত সমস্যা হ্ৰাস হয়। ব্ৰাহ্মা শাকে পেনিক হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে। নিয়মিতভাৱে ব্ৰাহ্মী পাত চোবাই খালে অনিদ্ৰা, ভাগৰ, স্নায়বিকতা, মূৰৰ বিষ আৰু পেটৰ লগত জড়িত সমস্যাবোৰ হ্ৰাস হয়।

 ৩. হাঁপানী ৰোগীৰ বাবে সুস্থঃ-হাঁপানী ৰোগীৰ বাবে ব্ৰাহ্মী পাত স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। দৈনিক পুৱা এই পাত চোবাই খালে শ্লেষ্মা আৰু কফ হ্ৰাস পায়। ইয়াৰ লগতে উশাহ-নিশাহৰ লগত জড়িত সমস্যাবোৰো দূৰ হয়।

 ৪. মনটোক ফিট কৰি ৰাখেঃ-ব্ৰাহ্মী পাতে আপোনাৰ মগজুৰ বাবে টনিক হিচাপে কাম কৰে। এই পাতবোৰ সেৱন কৰিলে মগজুৱে সম্পূৰ্ণ পুষ্টি লাভ কৰে। ব্ৰাহ্মী পাতত থকা এলকেলয়ড আৰু ট্ৰাইটাৰ্পিনে মগজুক সক্ৰিয় কৰি ৰাখিবলৈ অতি প্ৰয়োজন।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ