--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিঙৰা প্ৰায়ভাগ লোকৰেই প্ৰিয় খাদ্য। সাধাৰণতে বজাৰত পোৱা চিঙৰাবোৰতকৈ বহু গু্ণে ব্যতিক্ৰমী চিঙৰা এটা দেশত প্ৰস্তুত কৰা হৈছে। চিঙৰাটোৰ আকাৰ তথা ওজনৰ বাবেই এই চিঙৰাটোৰ নাম দিয়া হৈছে 'বাহুবলী' চিঙৰা। এই চিঙৰাৰ  ওজন ১২  কিলোগ্ৰাম।

 এনে এটা চিঙৰাৰ মূল্য হৈছে ১,৫০০  টকা। অৱশ্যে, যদি চিঙৰাটো কোনোবাই আধা ঘণ্টাৰ ভিতৰতে খাব পাৰে তেন্তে তেওঁ কোনো দাম ভৰিব নালাগে।  ইয়াৰ বিপৰীতে আধা ঘণ্টাতে চিঙৰাটো খাব পৰা জনক ৭১ হাজাৰ টকাৰ নগদ পুৰস্কাৰো দিয়া হ’ব  ।  শুভম কৌশল হৈছে মিৰাটৰ মিঠাই ব্যৱসায়ী। লালকুৰ্তি অঞ্চলত তেওঁৰ এখন জনপ্ৰিয় দোকান আছে। 

তিনি প্ৰজন্মৰ দোকান খনত বিভিন্ন ধৰণৰ মিঠাইৰ লগতে সুস্বাদু চিঙৰাও পোৱা যায়। ১২ কিলোগ্ৰাম ওজনৰ  বাহুবলী চিঙৰাটোত  মচলাযুক্ত আলু, বীন, চীজ আৰু শুকান ফল দিয়া হৈছে। সেই শুকান ফল আৰু আন সামগ্ৰীৰেই  ওজন ৭ কিগ্ৰা। এই চিঙৰাটো প্ৰস্তুত কৰিবলৈ ৬ ঘণ্টা সময় লাগে। ভাজিবলৈ কেইবা ঘণ্টা লাগে। তিনিজন কাৰিকৰে চিঙৰাটো প্ৰস্তুত কৰি উলিয়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে