--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ব্ৰাজিল ফাইনেলত উপনীত হলে নগ্ন হৈ ফটো উঠিব দেশখনৰ এগৰাকী মডেলে। নাম তেওঁৰ- টাটি ৱে’গ। বিশ্বকাপত ব্ৰাজিলক অনুপ্ৰেৰণা যোগাবলৈকে এই ঘোষণা কৰিছে টাটিয়ে।

কেৱল ব্ৰাজিলেই নহয়, ফাইনেলত টাটিয়ে উপনীত হোৱাটো বিচাৰে জাৰ্মানীকো। অৰ্থাৎ ফাইনেলখনত ব্ৰাজিলে জাৰ্মানীৰ মুখামুখি হোৱাটো বিচাৰে তেওঁ।

উল্লেখ্য যে ২০১৪ চনৰ বিশ্বকাপত ব্ৰাজিলক জাৰ্মানীয়ে ৭-১ গ’লত হৰুৱাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এইবাৰ ব্ৰাজিলে ইয়াৰ প্ৰতিশোধ লোৱাটো বিচাৰে টাটিয়ে।

মডেলিং জগতত ভৰি দিয়াৰ পূৰ্বে টাটি এগৰাকী আৰক্ষী আছিল। কিন্তু মন নভৰিল সেই পেছাত। সেয়ে আৰম্ভ কৰে মডেলিং। মডেলিংঙৰ জৰিয়তেই লাভ কৰে জনপ্ৰিয়তা।

ইনষ্টগ্ৰামতো জনপ্ৰিয় মডেলগৰাকী। অনুৰাগীসকলে টাটিৰ বিকিনি পৰিহিত ফটো চাবলৈ ৰৈ থাকে। এতিয়া অনুৰাগীসকলে আশা প্ৰকাশ কৰিছে যাতে ব্ৰাজিলে বিশ্বকাপৰ ফাইনেলত উপনীত হওক আৰু টাটিয়ে নগ্ন  হৈ ধৰা দিয়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক