--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সতীৰ্থক গোমাংস ৰান্ধি খুৱালে লিঅ’নেল মেছিয়ে। মেক্সিকোৰ বিৰুদ্ধে বিশ্বকাপৰ নিৰ্ণায়ক মেচখনত দূৰ্দান্ত বিজয়ৰ পাছতে গোমাসংৰে আনন্দ উৎসৱ উদযাপন কৰিলে মেছিবাহিনীয়ে।

মেচখনত বিজয়সাব্যষ্ট কৰাৰ পাছদিনা আৰ্জেণ্টিনাৰ খেলুৱৈসকলে বিশ্ৰাম লয়। কাটাৰ বিশ্ববিদ্যালয় কেম্পাচত খেলুৱৈসকলে অৱসৰ বিনোদন উদযাপন কৰে। তেনে সময়তে মেছিয়ে ৰন্ধা বঢ়াত সময় দিয়ে। সতীৰ্থসকলৰ বাবে তৈয়াৰ কৰে গোমাংসৰ বাৰ্বিকিউ।

উল্লেখ্য যে মেছিৰ অন্যতম চখ হৈছে ৰন্ধা-বঢ়া কৰাত। গোমাংস মেছিৰ প্ৰিয় খাদ্য। কেইবাবাৰো এই কথা তেওঁ নিজেই প্ৰকাশ কৰিছে। এতিয়া মেক্সিকোৰ বিৰুদ্ধে বিজয়সাব্যষ্ট কৰাৰ পাছত মেছিয়ে গোমাংস ৰন্ধাৰ ফটোসমূহে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

কেৱল মেছিয়ে নহয়, আৰ্জেণ্টিনাৰ সকলো খেলুৱৈৰে প্ৰিয় গোমাংসৰ বাৰ্বিকিউ। নিজৰ দেশত উৎপাদিত গৰুৰ মাংস কাটাৰলৈ লৈ আহিছে দলটোৱে। কাটাৰত যাতে তেওঁলোকে নিজৰ দেশৰ সোৱাদৰ পৰা বঞ্চিত নহয়, তাৰ বাবে প্ৰায় ৯০০ কেজি গৰুৰ মাংস দলটোৱে লগত লৈ আনিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক