--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুৱতিনিশা গাতি শান্তি বজাৰৰ পৰা ৰাস চাই ঘৰলৈ ওভতাৰ পথত আনন্দ বজাৰৰ হাটখোলাত সংঘটিত হয় দুৰ্ঘটনাটো৷

ডিজিটেল ডেস্ক: বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক৷


নিহত যুৱকজন আনন্দ বজাৰ হৰিপুৰৰ ধনজিৎ(চুনা) নাথ(২৪)৷


পুৱতিনিশা গাতি শান্তি বজাৰৰ পৰা ৰাস চাই ঘৰলৈ ওভতাৰ পথত আনন্দ বজাৰৰ হাটখোলাত সংঘটিত হয় দুৰ্ঘটনাটো৷


অচিনাক্ত বাহনৰ খুন্দাত ছিন্নভিন্ন হৈ পৰে যুৱকজনৰ দেহটো৷


থিতাতে নিহত হয় যুৱকজন৷


স্থানীয় লোকে বাহনখন ডাম্পাৰ বুলি সন্দেহ কৰিছে৷


আৰক্ষীৰ তদন্ত অব্যাহত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন