--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰেমিকৰ প্ৰবঞ্চনা সহ্য কৰিব নোৱাৰি গুমৰা বজাৰ অঞ্চলত বিষাক্ত বস্তু সেৱন কৰে মল্লিকাই। ইয়াৰ ফলত তেওঁ তাতে অসুস্থ হৈ পৰে।

ডিজিটেল ডেস্ক:  কাছাৰৰ গুমড়াত প্ৰেমত প্ৰতাৰণাৰ বলি হৈ যুৱতীৰ আত্মহত্যাৰ চেষ্টা। প্ৰেমত প্ৰতাৰিত হৈ বিহ খাই আত্মহত্যাৰ চেষ্টা কৰিলে কাছাড়ৰ গুমৰা মৌগ্ৰামৰ মল্লিকা বৈষ্ণৱ নামৰ এগৰাকী যুৱতীয়ে। অভিযোগ অনুসৰি, প্ৰায় তিনি বছৰ ধৰি চলা প্ৰেম-সম্পৰ্কত বিবাহৰ প্ৰতিশ্ৰুতি দি প্ৰেমিক সঞ্জীৱ বৈষ্ণৱে যুৱতীগৰাকীৰ সৈতে দেহিক সম্পৰ্ক স্থাপন কৰিছিল। 


ইয়াৰ লগতে সোণৰ অলংকাৰ, ম’বাইল ফোন, নগদ ধন লুটি লৈ যোৱাৰ অভিযোগ উঠিছে সঞ্জীৱৰ বিৰুদ্ধে।


প্ৰেমিকৰ প্ৰবঞ্চনা সহ্য কৰিব নোৱাৰি গুমৰা বজাৰ অঞ্চলত বিষাক্ত বস্তু সেৱন কৰে মল্লিকাই। ইয়াৰ ফলত তেওঁ তাতে অসুস্থ হৈ পৰে। স্থানীয় লোকসকলে তাতেই তেওঁক উদ্ধাৰ কৰি প্ৰথমে কালাইন CHC লৈ যায়। পৰৱৰ্তী সময়ত তেওঁৰ অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয়। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা চিন্তনীয়।


ঘটনাটোকে কেন্দ্র কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এতিয়ালৈকে থানাত কোনো লিখিত অভিযোগ নাই যদিও যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন