--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত ভাৰতৰ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰতীয় দলটো এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। টি-২০ বিশ্বকাপত পেচাৰৰ ঠাইত যশপ্ৰীত বুমৰাহে স্থান লৈছিল।কিন্তু তেওঁ বিশেষ  দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে।  তথাপি তেওঁ ভাৰতীয় দলটোৰ বাবে ভৰসা হৈয়েই ৰৈছে।কিন্তু তেওঁ আাতৰ পৰা মুক্ত হ’ব পৰা নাই। 

বাংলাদেশত আৰম্ভ হ’বলগীয়া শৃংখলাৰ পূৰ্বেই  ভাৰতীয় দলটোৰ এজন  খেলুৱৈয়ে    বাংলাদেশৰ বিৰুদ্ধে  হয়তো  খেলাৰ সুবিধা নাপাবও পাৰে ।সমস্যাটো ভাৰতীয় দলৰ পৰাই আৰম্ভ হৈছে। দেওবাৰৰ প্ৰথম খন খেলৰ আগতে আঘাতৰ বাবেই  দলটোৰ এজন আটাইতকৈ অভিজ্ঞ পেচাৰক বাদ দিবলগীয়া হৈছে। ভাৰতে কাইলৈ বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব। হাতৰ আঘাতৰ বাবে মহম্মদ ছামীয়ে এই শৃংখলাত খেলিব নোৱাৰিব।

বেংগলৰ পেচাৰজনক এদিনীয়া আৰু টেষ্ট শৃংখলাৰ বাবে  ৰখা হৈছিল। শ্বামীক  শৃংখলাৰ পৰা বাহিৰ কৰা হৈছে। তেওঁ টেষ্ট খেলিব পাৰিব নে নোৱাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক