--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত  সাক্ষী হিচাপে উপস্থিত হ'বলৈ কেন্দ্ৰীয় অনুসন্ধান সংস্থা চিবিআই-এ   প্ৰাক্তন সাংসদ আৰু বৰ্তমানৰ  বিধায়িকা কে কবিতাক দিল্লীৰ চিবিআই মুখ্য কাৰ্যালয় অথবা তদন্তকাৰী  সংস্থাটোৰ হায়দৰাবাদ  কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। 

তেওঁ চিবিআইক সংস্থাটোৰ হায়দৰাবাদ কাৰ্যালয়ত উপস্থিত হৈ  প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে নে নাই  সেই বিষয়ত জনাবলৈও কৈছে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াও গোচৰটোৰ অন্যতম অভিযুক্ত।   দিল্লী চৰকাৰৰ নতুন সুৰা নীতিৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছিল। 

দিল্লীৰ  লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাই সুৰা নীতিত  দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি   চিবিআইৰ তদন্ত বিচাৰিছিল।  দিল্লী চৰকাৰে কৈছে যে লেফটেনেণ্ট গভৰ্ণৰৰ সিদ্ধান্তটো ভুল আছিল, কিয়নো নীতিটো বাতিল হোৱাৰ পিছত ৰকাৰে আনুমানিক ৰাজহত শ শ কোটি টকা হেৰুৱাইছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক