--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিজেপিৰ শীৰ্ষ সমিতিত এতিয়া কংগ্ৰেছী নেতাৰ ভিৰ বাঢ়িছে। দেশৰ কেইবা খনো ৰাজ্যত প্ৰাক্তন কংগ্ৰেছী নেতাই এতিয়া বিজেপি চৰকাৰৰ হৰ্তা-কৰ্তা বিধাতা হৈ পৰিছে। এনে সময়তে বিজেপিয়ে   কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ জয়বীৰ শ্বেৰগিলক ইয়াৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিছে।

গেৰুৱা  দলটোৱে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে।উত্তৰ প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি স্বতন্ত্ৰ দেৱ সিঙক দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে নিযুক্তি দিছে।

বিজেপিয়ে  পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু সুনীল জাখৰক  দলটোৰ  ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে নিযুক্তি দিছে।  কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ জয়বীৰ শ্বেৰগিলক বিজেপিৰ  ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিছে। 

একেদৰে মদন কৌশিক, বিষ্ণু দেও চাই, ৰাণা গুৰমিত সিং সোধি, মনোৰঞ্জন কালিয়া  আৰু অমনজোত কৌৰক  ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত নিযুক্তি দিছে।  উল্লেখ্য নিযুক্তিপ্ৰাপ্ত প্ৰায় সংখ্যকেই কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা ৰাজনীতিক ।












FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement