--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ধৃত দুই চোৰ বৰপেটাৰ দাউকুমাৰী গাঁৱৰ হাকিমুল হক আৰু বৰপেটা চহৰৰ গান্ধী নগৰৰ আমিনুল হক।

ডিজিটেল ডেস্ক: বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই সোণ-ৰূপৰ অলংকাৰসহ দুই গভাইত চোৰক গ্ৰেপ্তাৰ কৰে। 


ধৃত দুই চোৰ বৰপেটাৰ দাউকুমাৰী গাঁৱৰ হাকিমুল হক আৰু বৰপেটা চহৰৰ গান্ধী নগৰৰ আমিনুল হক। 


বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত অভিযান চলাই ১০ গ্ৰাম সোণ আৰু ২০০ গ্ৰাম ৰূপ জব্দ কৰে আৰক্ষীয়ে।  


বৰপেটাৰোড আৰক্ষীয়ে মাজনী জুয়েলাৰ্চত অভিযান চলাই জুয়েলাৰ্চখনৰ স্বত্বাধিকাৰী হাকিমুল হকৰ লগতে সহযোগী চোৰটোক গ্ৰেপ্তাৰ কৰে । 


উল্লেখ্য যে, জব্দ কৰা সোণ আৰু ৰূপৰ বজাৰ মূল্য প্ৰায় ২ লাখ টকা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন