--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বহু সময়ত মানুহে ঘৰ সজাই তোলাৰ প্ৰক্ৰিয়াত এনে ভুল কৰে যাৰ ফলত বাস্তুৰ ডাঙৰ ডাঙৰ বিসংগতি ঘটে। ঘৰত তাজমহলৰ শ্ব’পিছ ৰখা বা তাজমহলৰ ফটো এখন লগাই দিয়াটোও এটা ডাঙৰ ভুল। বাস্তুশাস্ত্ৰত তাজমহল ঘৰত ৰখাৰ বেয়া ফলাফলৰ কথা কোৱা হৈছে। প্ৰেমৰ প্ৰতীক তাজমহল দেখাত বৰ ধুনীয়া যদিও ইয়াৰ ফটো বা শ্ব'পিচ ঘৰত ৰখা বা কাৰোবাক উপহাৰ হিচাপে দিয়াটো ভাল নহয়।

তাজমহলে ঘৰত কঢ়িয়াই আনে নেতিবাচকতা

পত্নী মমতাজৰ মৃত্যুৰ পিছত শ্বাহজাহানে তেওঁৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। তাজমহল হৈছে মমতাজৰ সমাধি। হিন্দু ধৰ্মত কবৰস্থান বা সমাধিৰ ছবি ঘৰত ৰাখিলে ঘৰখনত নেতিবাচকতা আহে বুলি গণ্য কৰা হয়। গতিকে কেতিয়াও ঘৰত তাজমহলৰ ছবি নাৰাখিব বা তাৰ শ্ব’পিচ নাৰাখিব।

তাজমহল ৰাখিলে ঘৰত বাস্তুদোষৰ সৃষ্টি হয়

বাস্তুশাস্ত্ৰৰ মতে দুখ, সমাধি, মৃত্যুৰ লগত জড়িত তাজমহল ঘৰত ৰাখিলে বাস্তুদোষৰ সৃষ্টি হয়। এই বাস্তুদোষে বহু সমস্যা কঢ়িয়াই আনে। ইয়াৰ ফলত ঘৰৰ মানুহৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়। ৰোগত আক্ৰান্ত হয়। আৰ্থিক লোকচান হয় বা আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়।

একেদৰে তাজমহলৰ ছবি বা শ্ব’পিচ কাকো উপহাৰ হিচাপে নিদিব। তেনে কৰাটো ভাল বুলি গণ্য কৰা নহয়। যদি কেতিয়াবা তাজমহল উপহাৰ হিচাপে পায় তেন্তে ঘৰলৈ নানিব। ইয়াক কেতিয়াও ঘৰত সজাব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী