--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংকিতা শোৰে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ মডেল। মাত্ৰ ২৭ বছৰ বয়সতে জনপ্ৰিয়তাৰ শিখৰ চুইছিল অংকিতাই। আনকি ছ'চিয়েল মিডিয়াতো অংকিতাৰ অনুৰাগীৰ সংখ্যাই দৃষ্টি কাঢ়িছে সকলোৰে। শেহতীয়াকৈ, ছচিয়েল মিডিয়াত ফটো পোষ্ট কৰি তেওঁ নিজেই প্ৰমাণ কৰি দিলে অংকিতাৰ উজ্জ্বল ছালৰ ৰহস্য। 

স্মৰ্তব্য যে, অংকিতা শোৰে ২০১১ চনত ‘ফেমিনা মিছ ইণ্ডিয়া’ৰ খিতাপ জিকিছিল। অংকিতাৰ ৰূপক লৈয়ো প্ৰায়ে চৰ্চা হোৱা দেখা যায়। বেছিভাগ সময়ত,  মেকআপ অবিহনেই ভাল লাগে অংকিতাক। অংকিতাৰ ছ'চিয়েল মিডিয়াৰ পৃষ্ঠাই ইয়াৰ প্ৰমাণ।

শেহতীয়াকৈ, অংকিতাই ইনষ্টাগ্ৰামত কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। বাথটাবত গা ধুই থকা অৱস্থাত তোলা এই ফটোবোৰ এতিয়া হৈ পৰিছে ভাইৰেল। জানিবলৈ পোৱা মতে, নিশা শোৱাৰ পূৰ্বে নিমখৰ মিশ্ৰণৰে কুহুমীয়া গৰম পানীত ২০ মিনিট গা ধুৱে অংকিতাই। ইউৰোপৰ সাগৰৰ পৰা নিষ্কাষণ কৰা হয় এই নিমখ। অভিনেত্ৰীগৰাকীৰ ছাল অত্যন্ত সংবেদনশীল বাবে তেওঁ এই ধৰণৰ নিমখ ব্যৱহাৰ কৰে। 

কৰ’নাসৃষ্ট পৰিৱেশত অংকিতাই একেলগে ক’ভিড আৰু ডেংগুত আক্ৰান্ত হৈছিল। অৱশ্যে, আৰোগ্য লাভৰ পাছত ছালৰ সমস্যাত ভুগিছিল মডেলগৰাকীয়ে। শেহতীয়াকৈ, নিজৰ এই ফটোবোৰ শ্বেয়াৰ কৰি আকৌ এবাৰ লাইমলাইটলৈ আহিছে অংকিতা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ