--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন ৰিয়েলিটি শ্ব' 'স্মাৰ্ট জোৰী'য়ে ইতিমধ্যে ষ্টাৰ জলছাৰ পৰ্দাত তুলিছে খলকনি। টলিউডৰ ছুপাৰষ্টাৰ জিতে অনুষ্ঠানটো পৰিচালনাৰ দায়িত্ব লৈছে। ষ্টাৰ জলছাৰ পৰ্দাত প্ৰেমৰ দিন উদযাপনৰ আৰম্ভ হৈছিল  ২৬ মাৰ্চৰ পৰা। ইতিমধ্যে টেলিভিছনৰ পৰ্দাত ৰিয়েলিটী শ্বটোৰ সম্প্ৰচাৰ আৰম্ভ কৰিছে।

কেইদিনমান আগতে, ৰিয়েলিটি শ্বটোৰ এটা প্ৰ’মো ভাইৰেল হৈ পৰিছিল য'ত সকলোৰে প্ৰিয় বাদামচাচাক তেওঁৰ পত্নীৰ সৈতে 'স্মাৰ্ট জোৰী'ৰ মঞ্চত দেখা গৈছিল।  বীৰভূমৰ ভুৱন বাদ্যকৰে দাদাগিৰীৰ মঞ্চত খলকনি তোলাৰ পাছত এইবাৰ এই ৰিয়েলিটি শ্ব'ৰ মঞ্চত উপস্থিত থাকিব। আগন্তুক সপ্তাহত 'স্মাৰ্ট জোৰী'ৰ মঞ্চত পত্নীৰ সৈতে সকলোৰে প্ৰিয় ভূৱন বাদ্যকৰ উপস্থিত থাকিব। 

মঞ্চতে মালা পিন্ধাই পত্নী আদুৰীক আকৌ এবাৰ বিয়া কৰাব ভূৱন বাদ্যকৰে। ৩০ বছৰ পূৰ্বে গৰুৰ গাড়ীত বিয়া কৰিবলৈ গৈছিল ভূৱন বাদ্যকৰে। সেই বিয়াৰ কোনো ছবি নাই বাদ্যকৰৰ হাতত। সেই আধৰুৱা স্বপ্ন যেন পূৰণ হ’ল তেওঁৰ।  ৰিয়েলিটি শ্ব'ৰ মঞ্চত দৰা-কইনাৰ পোছাকত দুয়োকে দেখিবলৈ পাব অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ