--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কেন্দ্ৰীয় চৰকাৰে দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ কঠোৰ পদক্ষেপ লৈছে। অহা বছৰৰ প্ৰথম দিনৰ পৰা উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানত কেৱল চিএনজি আৰু বৈদ্যুতিক অটোহে  পঞ্জীয়ন কৰা হ'ব। 

চি.এ.কিউ.এমৰ মতে ১ জানুৱাৰী,২০২৭-ৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এনচিআৰ) চলাচল কৰা কেৱল চি.এন.জি. আৰু বৈদ্যুতিক অটো (ই-অটো) বনোৱাৰ লক্ষ্যৰে আগবাঢ়ি প্ৰদূষণ পৰীক্ষণ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বৈধ প্ৰমাণপত্ৰ অবিহনে পেট্ৰ'ল পাম্পে ১ জানুৱাৰীৰ পৰা কোনো বাহনক ইন্ধন বিক্ৰী কৰিব নোৱাৰিব। বুধবাৰে, কেন্দ্ৰীয় বায়ু গুণমান মূল্যায়ন আয়োগে হাৰিয়ানাকে ধৰি তিনিখন ৰাজ্যত এই  নিৰ্দেশনা জাৰি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উজলিল অসম; দেশৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ ৩খন গাঁও পঞ্চায়ত
ভাৰতত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰ ISIৰ
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই