--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ অক্টোবৰত বছৰৰ শেষ সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে। যাৰ প্ৰভাৱ নিশা ৮:৩৪ বজাৰ পৰা ২:২৫ বজালৈ থাকিব। কন্যা ৰাশি আৰু চিত্ৰ নক্ষত্ৰত এই সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে।এই গ্ৰহণৰ ফলত তিনিটা ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব। জ্যোতিষৰ মতে সূৰ্যগ্ৰহণৰ সময়ত কোন তিনিটা ৰাশিয়ে বিশেষ আশীৰ্বাদ পাব আৰু কাৰ ভাগ্য জিলিকি উঠিব জানি লওক।

জ্যোতিষৰ মতে এই সূৰ্যগ্ৰহণে ১২টা ৰাশিত প্ৰভাৱ পেলাবলৈ গৈ আছে যদিও ইয়াৰে এই সূৰ্যগ্ৰহণৰ প্ৰত্যক্ষ প্ৰভাৱ ৩টা ৰাশিৰ ওপৰত উপকাৰী ৰূপত দেখা যাব। আচলতে সূৰ্যগ্ৰহনে এই তিনিটা ৰাশিৰ লোকৰ বাবে বহু ইতিবাচক আশা কঢ়িয়াই আনিবলৈ গৈ আছে। কোনবোৰ ৰাশিৰ বাবে সূৰ্যগ্ৰহণ উপকাৰী বুলি প্ৰমাণিত হ’ব সেয়া জানো আহক।

১) মিথুন ৰাশিঃ মিথুন ৰাশিৰ বাবে সূৰ্যগ্ৰহণ অতি উপকাৰী বুলি প্ৰমাণিত হ’বলৈ গৈ আছে। মিথুন ৰাশিৰ লোকে হয়তো সৌভাগ্য লাভ কৰিব। ইয়াৰ বাহিৰেও তেওঁলোকে আৰ্থিক সুবিধা লাভ কৰিব পাৰে আৰু কেৰিয়াৰ বা ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব পাৰে। মিথুন ৰাশিৰ লোকে হঠাতে ধন লাভ কৰিব পাৰে।

২) সিংহ ৰাশিঃ জ্যোতিষৰ মতে সিংহ ৰাশিৰ বাবে সূৰ্যগ্ৰহণ উপকাৰী বুলি প্ৰমাণিত হ’ব। কেৰিয়াৰৰ সৈতে জড়িত লোকসকলৰ অগ্ৰগতি দেখা যায়। ব্যৱসায় কৰা লোকসকলে ব্যৱসায়ত লাভজনক চুক্তি পোৱাৰ আশা কৰা হৈছে। সিংহ ৰাশিয়ে সূৰ্যগ্ৰহণৰ বাবে সৌভাগ্য লাভ কৰিব।

৩) তুলা ৰাশিঃ জ্যোতিষৰ মতে অক্টোবৰ মাহৰ সূৰ্যগ্ৰহণক তুলা ৰাশিৰ লোকসকলৰ বাবে বিশেষ আশীৰ্বাদ লাভৰ বাবে উপকাৰী মাহ বুলি ধৰিব পাৰি। এইসকল লোকে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে। লগতে যদি কিবা পেণ্ডিং কাম আছে তেন্তে সোনকালে সম্পূৰ্ণ হ’ব। ইয়াৰ উপৰিও অক্টোবৰ মাহত তুলা ৰাশিৰ বহু ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক