--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকান মেজৰ লীগ ছকাৰ ক্লাব ইণ্টাৰ মিয়ামিয়ে লিয়নেল মেছি দৰমহা হিচাপে দিব বছৰি ১২৩১ কোটি টকা। অৱশ্যে দৰমহাৰ বাহিৰেও লিঅ’ই ক্লাবৰ পৰা বহু সুবিধা লাভ কৰিব।

ইণ্টাৰ মিয়ামীয়ে ২০২৫ চনলৈকে মেছিৰ সৈতে চুক্তিবদ্ধ হ’বলৈ বিচাৰিছে। অৱশ্যে মেছিয়ে ইচ্ছা কৰিলে চুক্তি এবছৰ বৃদ্ধি কৰিব পাৰে।

বাতৰি অনুসৰি, এই চুক্তিত মেছিৰ বাবে সুকীয়া চুক্তিবদ্ধ মাচুল আৰু ক্লাবৰ অংশীদাৰিত্বও অন্তৰ্ভুক্ত কৰা হ’ব। অৱশ্যে ক্লাবৰ স্পনছৰাৰৰ পৰা মেছিয়ে কিমান টকা লাভ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এডিডাছ, এপল আৰু ফেনেটিক্স কোম্পানীকেইটা হৈছে ইণ্টাৰ মিয়ামিৰ সৈতে জড়িত। ইয়াৰ ভিতৰত এডিডাছৰ সৈতে মেছিৰ আজীৱন চুক্তি আছে।

উল্লেখ্য যে শেহতীয়াকৈ পেৰিছ চেইণ্ট জাৰ্মানৰ পৰা আতৰিছে লিঅ’নেল মেছি৷ চুক্তিবদ্ধ হৈছে ইণ্টাৰ মিয়ামিৰ স’তে৷ ইয়াৰ পূৰ্বে ডেভিড বেকহামে এই ক্লাবটোত চুক্তিবদ্ধ হৈছিল৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ