--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দবা খেলুৱৈ অভিভাৱক সন্থাই, ১১ জুলাইৰ পৰা ১৬ জুলাই, ২০২৩লৈ  পঞ্চম আয়োধানা আন্ত:ৰাষ্ট্ৰীয়  ফিডে ৰেটিং দবা প্ৰতিযোগিতা গুৱাহাটীৰ  পানাখাইতিত অৱস্থিত ডাউন টাউন ইউনিভাৰচিটিৰ প্ৰেক্ষাগৃহত আয়োজন কৰিব। 

 মুঠ ৩,৫০,০০০ টকা প্ৰাইজ মানি সম্বলিত এই প্ৰতিযোগিতা খনত সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ২০০ জনৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। 

প্ৰতিযোগিতা খনত প্ৰথম ৩৫ জন স্থান লাভ কৰা খেলুৱৈক পুৰস্কাৰ প্ৰদান কৰা হব। ইয়াৰ উপৰি প্ৰথম তিনিটা স্থান  লাভ কৰা  অনুৰ্দ্ধ  ৭ বছৰ, ৯ বছৰ,  ১১ বছৰ  ,  ১৩ বছৰ আৰু ১৫ বছৰ বয়সৰ খেলুৱৈ সকলক পুৰস্কাৰ দিয়া হ’ব।


অসম আৰু গুৱাহাটীৰ খেলুৱৈৰ বাবেও বিশেষ পুৰস্কাৰ থাকিব। প্ৰতিযোগিতাৰ বিষয়ে অধিক তথ্য আৰু যোগদানৰ  বাবে 9864811936 আৰু 9435041776  ফোন  নম্বৰত যোগাযোগ কৰিব পাৰিব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ