--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলো মানুহে ব্ৰেড খাওঁ। ব্ৰেড বাটাৰ বহু মানুহে খায় ভালপায়। ব্ৰেডৰ পৰা বহুতো ব্যঞ্জনো তৈয়াৰ কৰা হয়। কিন্তু আপুনি জানেনে যে ব্ৰেড বেছিকৈ খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ব্ৰেড বেছিকৈ সেৱন কৰিলে ডায়েবেটিছকে ধৰি বহুতো ৰোগে আপোনাক আগুৰি ধৰিব পাৰে। 

বেছিকৈ ব্ৰেড খোৱাৰ সমস্যা

১) তেজৰ ছুগাৰ বৃদ্ধি কৰেঃ যদি আপুনি দৈনিক ব্ৰেড সেৱন কৰে, তেন্তে ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। কেৱল এয়াই নহয়, ডায়েবেটিছে নিজৰ লগত আন বহুতো ৰোগ আনে। যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে আপুনি ব্ৰেড খোৱাৰ পৰা বিৰত থাকিব লাগে।

২) পাচনতন্ত্ৰ দুৰ্বলঃ দৈনিক ব্ৰেড খোৱা মানুহৰ পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে। সেইবাবেই ব্ৰেডৰ দৈনিক সেৱন পৰিহাৰ কৰিব লাগে।

৩) পেট ভৰে যদিও পুষ্টি নাপায়ঃ বহু সময়ত এনেকুৱা হয় যে আপোনাৰ ভোক লাগিলে আপুনি ব্ৰেড খায়, এনে কৰিলে আপোনাৰ পেটটো ভৰি পৰে, কিন্তু পুষ্টিৰ নামত শৰীৰে একোৱেই নাযায়। সেইবাবেই ভোকত থাকিলে স্বাস্থ্যসন্মত খাদ্য খাব লাগে। কাৰণ ব্ৰেড সেৱন কৰিলে পুষ্টিহীনতাৰ বলিও হ’ব পাৰে।

৪) ওজন বৃদ্ধিঃ ব্ৰেড সেৱন কৰিলে ওজন বাঢ়ে। সেইবাবেই ব্ৰেড অতিমাত্ৰা সেৱনৰ পৰা বিৰত থাকিব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ