--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত পুনৰ দেখা গৈছে কৰ’নাৰ আতংক৷ দৈনিক বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷ 

দেশত চৌবিশ ঘণ্টাত ৪,৪৩৫গৰাকী ক’ভিড ৰোগী চিনাক্ত হৈছে৷ দিল্লীত নতুনকৈ আক্ৰান্ত হৈছে ৪২৪গৰাকী ক’ভিড ৰোগী৷

বিভিন্ন ৰাজ্যত বৃদ্ধি পাইছে কৰ’নাত মৃত্যু হোৱা ৰোগীৰ সংখ্যাও৷ মহাৰাষ্ট্র, দিল্লীত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন স্বাস্থ্য মন্ত্ৰণালয়৷ উত্তৰাখণ্ডতো বৃদ্ধি পাইছে কৰ’না সংক্ৰমিতৰ সংখ্যা৷ কৰ’নাৰ শেহতীয়া ঢৌৰ কবলত পৰিছে পঞ্জাবো৷ বৰ্তমানলৈকে দেশত ২৩ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ক’ভিডত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা