--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ওজন বৃদ্ধি হোৱাটোৱেই সকলোৰে সমস্যাৰ কাৰণ হৈ পৰিছে। যাৰ বাবে বহু মানুহ লাজতো পৰে। যদি আপুনিও এই ধৰণৰ সমস্যাত অশান্তি পাইছে, তেন্তে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। এনে পৰিস্থিতিত পদিনা চাহ খাব পাৰে। ইয়াত এনে কিছুমান উপাদান আছে যিয়ে আপোনাক সমস্যাৰ পৰা মুক্তি দিব। পদিনা চাহৰ কি কি উপকাৰিতা আছে?

পদিনা চাহ খোৱাৰ উপকাৰিতা-

১) ওজন কম হয়ঃ হালধি-পদিনা চাহ খালে ওজন কমোৱাত সহায় কৰে। হালধি-পদিনাই দেহত থকা চৰ্বি হ্ৰাস কৰাত সহায় কৰে।  

২) পাচনতন্ত্ৰ সবল হয়ঃ ই পাচনতন্ত্ৰ সবল কৰি ৰখাতো সহায় কৰে।

৩) টোপনি নোহোৱাৰ সমস্যা নাইকিয়া হৈ যায়ঃ টোপনিৰ অসুবিধা হোৱা লোকৰ বাবে হালধি-পদিনা চাহ উপকাৰী হ’ব পাৰে। আনহাতে পদিনাই টোপনিৰ প্ৰসাৰ ঘটাই অনিদ্ৰাৰ সমস্যাটো সহজে দূৰ কৰাত সহায় কৰে।

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়ঃ হালধি-পদিনা চাহ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। কাৰণ হালধিত এনে বহু গুণ থাকে, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে। এই চাহ খালে শৰীৰত সংক্ৰমণৰ সমস্যাও দূৰ হয়।

৫) দুৰ্গন্ধ নোহোৱা হৈ যায়ঃ মুখৰ দুৰ্গন্ধ দূৰ কৰাত হালধি আৰু পদিনা চাহ অতি উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ