--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেকআপ হৈছে তাৰা ছুটাৰিয়াৰ! প্ৰেমিক আদৰ জৈনৰ সৈতে ব্ৰেকআপ হৈছে বলিউডৰ তাৰকা অভিনেত্ৰী তাৰাৰ। ব্ৰেকআপৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতে প্ৰথমবাৰৰ বাবে তাৰাক মুম্বাই বিমানবন্দৰত ফটোগ্ৰাফাৰসকলে দেখা পালে।

বিমানবন্দৰত আঁঠুলৈকে ক'লা পোছাক, তাৰ ওপৰত মুগা কোট, ভৰিত ক'লা বুটেৰে জ্বিলিকি আছিল মোহময়ী অভিনেত্ৰীগৰাকী। তাৰাৰ চকুত ক'লা চানগ্লাছ। বিমানত উঠাৰ পূৰ্বে কেমেৰালৈ চাই হাঁহি মাৰিলে তাৰাই।

ফটোগ্ৰাফাৰসকলে তাৰাৰ ব্ৰেকআপৰ বিষয়ে প্ৰশ্ন কৰে। কিন্তু একো নক’লে তাৰাই। বৰঞ্চ মুখত ফুটি উঠিল এটা পাতল হাঁহি।

উল্লেখ্য যে যোৱা কেইমাহমানধৰি আদৰ জৈন আৰু তাৰাৰ প্ৰেমকাহিনী বলীউডত চ্ৰাচ লাভ কৰিছিল। একেলগে ভ্ৰমণ, হোটেলত খোৱা, পাৰ্টিত দুয়োগৰাকীকে দেখা পোৱা গৈছিল।

কিন্তু নতুন বছৰৰ দ্বিতীয় দিনাই তেওঁলোকৰ বিচ্ছেদৰ খবৰ পোৱা গ’ল। কিয় এই বিচ্ছেদ ঘটিল সেই লৈও অনুৰাগীমহলৰ মাজত ব্যাপক চিন্তা-চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক