--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা-নিক জোনাচৰ কন্যা মালতীক দেখি মোহিত হৈ পৰিল এগৰাকী অভিনেত্ৰী। তেওঁ হৈছে বাংলা ছৱি জগতৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী ৰিতুপৰ্ণা সেনগুপ্তা।

শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাৰ লছ এঞ্জেলছস্থিত বাসগৃহলৈ গৈছিল ঋতুপৰ্ণা। তাৰপাছতে প্ৰিয়ংকাৰ ঘৰত লাভ কৰা অভিজ্ঞতাৰ বিষয়ে মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে। ক’লে যে প্ৰিয়ংকাৰ কন্যা মালতীক দেখা পোৱাটো তেওঁৰ বাবে অত্যন্ত আনন্দদায়ক আছিল।

প্ৰিয়ংকাৰ মাক মধু চোপ্ৰাৰ নিমন্ত্ৰণমৰ্মেই তালৈ গৈছিল ঋুতপৰ্ণা। অভিনেত্ৰীগৰাকীয়ে, "তেওঁলোকৰ বাসগৃহটো এটা বৃহৎ বাংলো। মই জোনাছ ভাইকো লগ পালো। মই তেওঁলোকৰ আতিথ্যৰ দ্বাৰা অভিভূত হ’লো।’’

প্ৰিয়ংকা চোপ্ৰাকো প্ৰশংসাৰে উপচাই পেলায় অভিনেত্ৰীগৰাকীয়ে। কয়-  ''প্ৰিয়ংকাই ইমান কম সময়ৰ ভিতৰতে ইমান খিনি কৰিছে, যাৰ পৰা বহুত শিকিব লগা আছে। হলিউডত স্থান লোৱাৰ পৰা বিশ্ববিখ্যাত হোৱালৈকে কম সৰু কথা নহয়!’’

তাৰ পিছতে ৰিতুপৰ্ণাই মালতী সন্দৰ্ভত কয়- "মই অলপ সময়ৰ বাবে মালতীক দেখিলো। বৰ মিঠা ছোৱালী।"

উল্লেখ্য প্ৰিয়ংকা আৰু নিক জোনাছে এতিয়াও মালতীৰ মুখখন সামাজিক মাধ্যমত প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক