--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত কষ্ট আছে বুলি স্বীকাৰ কৰিছে ৰণবীৰ কাপুৰে। কিছুমাহ পূৰ্বে কপিল শৰ্মাৰ অনুষ্ঠানত প্ৰেমৰ বিষয়ে মন্তব্য কৰিছিল তেওঁ।

ৰণবীৰে কোৱা শুনা যায় যে বিচ্ছেদৰ জোকাৰণিৰ প্ৰভাৱ পুৰুষ-মহিলাবিশেষে বেলেগ বেলেগ। প্ৰেমত ব্যৰ্থ হ’লে পুৰুষে নিজকে পাহৰি যায়। বিষাদ অনুভৱ কৰে। কিন্তু মহিলাসকলে প্ৰথমে নিজৰ মাজতে ব্যস্ত থাকে। তেওঁলোকৰ বাবে সুস্থ হোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল সৌন্দৰ্য্য, গতিকে নিজৰ যত্ন লয়।

ৰণবীৰে ধেমালিতে কয়, “হৃদয় ভাঙিলে ল’ৰাটোক এমুখীয়া দাড়ি থকা দেখা যায়। কিন্তু প্ৰেমত কষ্ট পালে ছোৱালীজনীয়ে প্ৰথমে চেলুনলৈ দৌৰি যায়। সকলোতকৈ ভাল কথাটো হ’ল, কোনোবাই গম পোৱাৰ আগতেই তেওঁ আন এটা সম্পৰ্কত সোমাই পৰে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ