--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰফে ছানি ধৰাৰ পাছত ভূ-স্বৰ্গ কাশ্মীৰত এতিয়া শীতৰ লহৰ৷ কাশ্মীৰৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰৱল তুষাৰপাত দেখিবলৈ পোৱা গৈছে৷ ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰাও৷ জম্মু–কাশ্মীৰৰ ৰাজপথত এতিয়া ১ ফুটপৰ্যন্ত বৰফ পৰিছে৷ অঞ্চলবিশেষে পথৰ বৰফ আঁতৰাবলৈ যন্ত্ৰৰ ব্যৱহাৰ কৰিছে প্ৰশাসনে৷ ইয়াৰ মাজতে একাংশই লৈছে তুষাৰপাতৰ আনন্দ৷ 

কাশ্মীৰত ব্যাপক তুষাৰপাত হোৱাৰ এদিন পাছত শুকুৰবাৰে শীতৰ অভিলেখ ভংগ কাশ্মীৰ উপত্যকাত৷

শ্ৰীনগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই কয় যে মধ্য কাশ্মীৰৰ গান্দেৰবাল জিলাৰ সোণামাৰ্গ পৰ্যটন ৰিজৰ্টত তাপমাত্ৰা -১৫.১°লৈ অৱনমিত হৈছে৷ দক্ষিণ কাশ্মীৰৰ অনন্তনাগত -১৭.৭°লৈ তাপমাত্ৰা অৱনমিত হৈছে৷

এমইটিয়ে কয় যে সোমবাৰৰ পৰা মাজে মাজে তুষাৰপাত হোৱা গুলমাৰ্গৰ স্কি ৰিজৰ্টত নিম্নতম তাপমাত্ৰা -১২° চেণ্টিগ্ৰেড নথিভুক্ত কৰা হৈছে। পেহেলগামে -১১.৯°চে. নিম্নতম পঞ্জীয়ন কৰিছিল, যি যোৱা চাৰি বছৰৰ অভিলেখ ভংগ কৰিছিল। এমইটিৰ তথ্য অনুসৰি, ২ ফেব্ৰুৱাৰীত পেহেলগামত তাপমাত্ৰা -১২. -12.6° চেণ্টিগ্ৰেডলৈ হ্ৰাস পাইছিল।

বতৰ বিজ্ঞানৰ আপডেটত কোৱা হৈছে যে দক্ষিণ কাশ্মীৰৰ কাশ্মীৰৰ প্ৰৱেশদ্বাৰ, কাজিগুণ্ডে নিম্নতম -৯.৪°চে. ৰেকৰ্ড কৰিছে৷ দক্ষিণ কাশ্মীৰৰ কোকেৰনাগেও নিম্নতম -৯.৪°চে. ৰেকৰ্ড কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক