--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মজিয়াৰ পৰা দিনটোত কত যে খবৰে আহি ভুমুকি মাৰেহি তাৰ সঠিক হিচাপ দিয়াতো টান। তথাপি এই কথাবোৰে দি যায় অনুৰাগীক আমোদ।বলীউড তাৰকা অভিনেতা-অভিনেত্ৰীৰ নানা মুখৰোচক কথাই জোঁকাৰি যায় অনুৰাগীক। সম্প্ৰতি আন এগৰাকী অভিনেত্ৰী ছ’চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল। তেওঁ অৱশ্যে কংগনা বা সোণাক্ষী নহয়। মেঘা গুপ্তা-হিন্দী দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। দৰ্শকৰ মাজত চিনাকি মুখ মেঘা গুপ্তা। এগৰাকী অভিনেত্ৰী হিচাপে সামাজিক মাধ্যমতো সক্ৰিয় তেওঁ। অনুৰাগীৰ সংখ্যাও চকুত লগা। পাছে এইগৰাকী অভিনেত্ৰীক প্ৰায়ে ছ’চিয়েল মিডিয়াত বোল্ড অৱতাৰত দেখিবলৈ পোৱা যায়। বিকিনিৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ হট পোছাকত দেখা দিয়ে অভিনেত্ৰীয়ে। অনুৰাগীক এনেদৰে প্ৰায়ে উত্তেজিত কৰি ৰাখে মেঘাই। শেহতীয়াকৈ, তেওঁ আকৌ এবাৰ অনুৰাগীসকলৰ মাজত বগা চোলাৰ বুটাম খুলি চৰ্চালৈ আহিছে। ভাইৰেল ছবিখনত বগা চোলাত দেখা গৈছে মেঘাক। মেঘাৰ চোলাৰ আধা বুটাম খোলা,স্পষ্ট বক্ষযুগল। চকুৱে মুখে আবেদনৰ স্পষ্ট ৰূপ বিদ্যমান। ডিঙিত জিলিকিছে সোণৰ অলংকাৰ। স্বাভাৱকিতে, মেঘাৰ এই ফটো দেখি এতিয়া হতচকিত হৈ পৰিছে অনুৰাগী। পাছে এয়াই প্ৰথম নহয়, ইয়াৰপূৰ্বেও এনেদৰে বোল্ড লুকত ধৰা দিছে মেঘাই। অভিনয়ৰ সমান্তৰালকৈ এনেদৰে প্ৰায়ে বোল্ড ফটোশ্বুট কৰি থাকে মেঘাই। কেইদিনমানপূৰ্বে আৰু এখন ছবি ভাইৰেল হৈছিল মেঘাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ