--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিকালি সকলো বয়সৰ লোকৰ মাজত পকা চুলিৰ সমস্যাই দেখা দিবলৈ আৰম্ভ কৰিছে। গৱেষকসকলৰ মতে এই সমস্যা দুৰ্বল খাদ্যভ্যাস, প্ৰদূষিত বায়ুমণ্ডল আৰু ভুল জীৱনশৈলী ফলতো হ’ব পাৰে, যাৰ বাবে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ চুলিতো পৰা দেখা যায়। এনে পৰিস্থিতিত যেতিয়া মানুহে ৰং ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া চুলি অধিক দুৰ্বল হৈ পৰে আৰু লাহে লাহে সৰিবলৈ আৰম্ভ কৰে। গতিকে আজি আমি এবিধ ফুলৰ বিষয়ে জানিম, যিবিধ লগালে চুলি সদায় প্ৰাকৃতিক হৈ থাকিব। চুলিত আৰু কেতিয়াও ৰং কৰাৰ প্ৰয়োজন নাই।

 * নয়নতৰা ফুলঃ-নয়নতৰা ফুলে চুলিক প্ৰাকৃতিক কৰি ৰখাত বহুখিনি সহায় কৰে। ইয়াক বহুবৰ্ষজীৱী ফুল বুলিও কোৱা হয়। চুলিৰ লগত জড়িত যিকোনো সমস্যাৰ বাবে এই ফুল অতি উপকাৰী। চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু ৰাসায়নিক সামগ্ৰীৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ এই ফুল অত্যন্ত উপকাৰী। এই ফুলেৰে ৰং বনাই চুলিত লগাব পাৰে। কেইমাহমান প্ৰয়োগ কৰাৰ পাছতে ইয়াৰ প্ৰভাৱ লাহে লাহে দেখিবলৈ আৰম্ভ কৰিব।

* কেনেদৰে প্ৰস্তুত কৰিব পাৰিঃ-২০ৰ পৰা ৩০টা নয়নতৰা ফুল লৈ ১৫ৰ পৰা ২০টা পাত লওক। দুই চামুচ চাহপাতৰ লগত এচামুচ কফি মিহলাই লওক। প্ৰথমে চাহপাত আধাকাপ পানীত দি ভালদৰে উতলাই লওক, তাৰ পাছত চেকি ঠাণ্ডা হ’বলৈ দিয়ক। ঠাণ্ডা হ’লে তাত ফুল আৰু পাত মিহলাই গ্ৰাইণ্ডাৰত ভালদৰে পিহি এটা বাটিত পেষ্ট উলিয়াই তাত কফি দিব। যদি আপুনি ইয়াক অধিক ফলপ্ৰসূ কৰিব বিচাৰে তেন্তে ইয়াক লোহাৰ কেৰাহীত ২ ঘণ্টা ধৰি ঢাকি ৰাখক, কাৰণ ইয়াক লোহাৰ কেৰাহীত ৰাখিলে আইৰণ প্ৰচুৰ পৰিমাণে উপলব্ধ হ’ব যিটো চুলিৰ পুষ্টিকৰ উপাদানত অন্তৰ্ভুক্ত হ’ব। ইয়াৰ পাছত চুলিত ভালদৰে লগাই প্ৰায় ১ ঘণ্টাৰ পাছত শ্বেম্পুৰে চুলিখিনি ভালদৰে ধুই পেলাওক, সপ্তাহত দুবাৰ এনেদৰে চুলিত লগালে পকা চুলি স্বাভাৱিকভাৱে ক’লা হ’বলৈ আৰম্ভ কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস