--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাইল খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। মচুৰ দাইলত অতি ভাল পৰিমাণৰ প্ৰটিন পোৱা যায়। ইয়াৰ উপৰিও ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থৰ সমৃদ্ধ উৎস। যিসকল নিৰামিষভোজী বা মাংস আৰু মাছ সেৱন নকৰে তেওঁলোকৰ বাবে দালি হৈছে প্ৰটিনৰ আটাইতকৈ ডাঙৰ উৎস। দাইল স্বাস্থ্যৰ বাবে উপকাৰী যদিও ইয়াক হজম কৰাটো কিছুমান মানুহৰ বাবে কঠিন হৈ পৰে। আমাৰ বাবে দালি খোৱাটো অতি গুৰুত্বপূৰ্ণ, গতিকে আজি আমি আপোনালোকক এনে কিছুমান পদ্ধতিৰ বিষয়ে ক'ম যাৰ দ্বাৰা আপোনালোকে দালি সহজে হজম কৰিব পৰাকৈ বনাব পাৰিব।

প্ৰথমে দাইল তিয়াই লওক

মচুৰ দাইল হজম কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াক সঠিকভাৱে ৰন্ধাটো। ইয়াৰ বাবে দাইল ৰন্ধাৰ কমেও আধা ঘণ্টা আগত তিয়াই থব লাগে। ইয়াৰ লগতে দাইল ৰান্ধোতে প্ৰথমেই নিমখ নিদিব। দাইল সম্পূৰ্ণ সিজিলে শেষত নিমখ দিব।

ভুল খাদ্যৰ সংমিশ্ৰণ নাখাব

দাইল গধুৰ খাদ্য গতিকে ইয়াৰ লগত আন কোনো খাদ্য যেনে গাখীৰ খাব নালাগে যিটো হজম কৰাত কঠিন। পেটত গাখীৰ হজম হ’বলৈ বহু সময় লাগে, গতিকে একেটা আহাৰতে গাখীৰ আৰু দাইন খোৱাৰ পৰা বিৰত থাকিব লাগে। দাইল তেল মাৰোতে হিং, তেজপাত, অজৱাইন আৰু ঘিউৰ সৈতে ব্যৱহাৰ কৰক, ইয়াৰ দ্বাৰা দালি সহজ হজম হ’ব।

ভালদৰে ধুব লাগে

এচিডিক খাদ্যৰ সৈতে মচুৰ দাইল ৰন্ধাটো সদায় পৰিহাৰ কৰিব লাগে। অম্লযুক্ত খাদ্যইদাইল ভালদৰে সিজিবলৈ নিদিয়ে। দাইল ৰন্ধা আগত ইয়াক অতি ভালদৰে ধুই লোৱাটো নিশ্চিত কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক