--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যকৃত বা লিভাৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ভিটামিন জমা কৰি মৌলবোৰ শক্তিলৈ ৰূপান্তৰিত কৰে।লিভাৰ ক্ষতি হোৱা মানে বিপদ অনিবাৰ্য। সেইবাবেই সকলোৱে নিজৰ লিভাৰৰ ভালদৰে যত্ন লোৱা উচিত।আনহাতে যদি আপুনি ইতিমধ্যে লিভাৰৰ ভাৰসাম্যহীনতাত ভুগি আছে তেন্তে কিছুমান কাম কৰাৰ পৰা বিৰত থকা উচিত। 

লিভাৰক সুস্থ কৰি ৰাখিবলৈ এইবোৰ কথাত ধ্যান দিয়ক

১) নিমখঃ বেছিকৈ নিমখ সেৱন কৰিলে লিভাৰৰ বাবে ভাল নহয়। এনে পৰিস্থিতিত যদি আপুনি লিভাৰ সদায় সুস্থ হৈ থকাটো বিচাৰে তেন্তে আজিৰ পৰা অন্ততঃ নিমখ কমকৈ সেৱন কৰক।

২) পৰ্যাপ্ত পৰিমাণে টোপনিঃ আজিকালি বেছিভাগ মানুহেই পৰ্যাপ্ত টোপনি নামাৰে। এনে কৰিলে শৰীৰৰ বাবে ভাল নহয় লগতে লিভাৰৰ বাবেও ভাল নহয়। যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি আপোনাৰ পৰ্যাপ্ত পৰিমাণে টোপনি নাহে তেন্তে ই যকৃতত অক্সিডেটিভ ষ্ট্ৰেছৰ সৃষ্টি কৰিব পাৰে। গতিকে যদি আপুনি আপোনাৰ লিভাৰ সদায় সুস্থ হৈ থকাটো বিচাৰে তেন্তে আপুনি যথেষ্ট টোপনি যোৱা উচিত।

৩) সুৰাঃ আপুনি জানেনে যে অত্যধিক মদ্যপান কৰাটোৱেই লিভাৰ ক্ষতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ। কাৰণ অত্যধিক পৰিমাণৰ মদ্যপানে লিভাৰে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ দূৰ কৰাৰ ক্ষমতা হ্ৰাস কৰে। গতিকে যদি আপুনিও মদৰ প্ৰতি আকৰ্ষিত, তেন্তে আজিয়েই ইয়াৰ পৰা দূৰত্ব বনাওক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক