--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কেৱল ৰাজনৈতিক জীৱনৰ বাবেই নহয়, ব্যক্তিগত জীৱনৰ বাবেও সময় সাপেক্ষে চৰ্চিত হৈ থাকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন৷ এইবাৰ ৭০ তম জন্মদিন উদযাপনৰ সময়তেই ৰাজহুৱা হ’ল পুটিনৰ জীৱনৰ বহু ব্যক্তিগত তথ্য৷ এই ফাদিল হোৱা তথ্যই এতিয়া তোলপাৰ লগাইছে চাৰিও দিশে৷ 

আন্তজাৰ্তিক সংবাদ মাধ্যমে ৰাজহুৱা কৰিছে পুটিনৰ  এই ব্যক্তিগত জীৱনৰ তথ্যসমূহ। পশ্চিমৰ বহু কেইটা সংবাদ মাধ্যমে দাবী কৰিছে যে, ব্যক্তিগত পৰিচাৰিকাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনৰ৷ 

আনকি আন নাৰীৰ সৈতে থকা গোপন সম্পৰ্কৰ বাবেই প্ৰথম পত্নী ইয়ুদমিলা স্ক্ৰেবিভাৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল পুটিনৰ৷ ২০০৪ চনৰ অলিম্পিকৰ স্বৰ্ণ বিজয়ী এলিনা কাবাইভাৰৰ সৈতেও পুটিনৰ সম্পৰ্ক আছে বুলিও চৰ্চা চলিছিল৷ আন বহু নাৰীৰ সৈতেও পুটিনৰ সম্পৰ্ক আছিল৷ 

শেহতীয়াকৈ  চেভেতলানা নামৰ যুৱতী এগৰাকীৰ  প্ৰেমত  পৰিছে পুটিন৷ চেভেতলানা পুটিনৰ ব্যক্তিগত পৰিচাৰিকা বুলি জানিব পৰা গৈছে৷ আনকি পুটিনক  চেভেতলানাৰ কন্যা সন্তানৰ পিতৃ বুলিও দাবী কৰিছে সংবাদ মাধ্যমে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক