--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীৰ আগন্তুক ছৱি ‘দ্য ভেকচিন ৱাৰ’ৰ প্ৰচাৰ চলি আছে। ইয়াত অংশ লয় নুপুৰ শৰ্মাই। দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত ছৱিখনৰ প্ৰচাৰত অংশ লয়  নিলম্বিত বিজেপি নেত্ৰীগৰাকীয়ে। বহুদিনৰ পাছত ৰাজহুৱা অনুষ্ঠানত উপস্থিত হয় তেওঁ।

শৰ্মাই কভিড মহামাৰীৰ সময়ত থলুৱা ভেকচিন নিৰ্মাণৰ কামত জড়িত হৈ লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰা বিজ্ঞানীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

“মই আপোনালোক সকলোকে সম্পূৰ্ণ হৃদয়েৰে ধন্যবাদ জনাইছো। আপোনালোকৰ প্ৰচেষ্টাৰ ফলস্বৰূপে আজি আমি ভাৰতীয়সকল জীয়াই আছো।’’- তেওঁ কয়। আমন্ত্ৰণ জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজকসকলক ধন্যবাদ জনাই কয়, “ভাৰত মাতা কি জয়।’’

উল্লেখ্য যে ২০২২ চনৰ মে’ মাহত টিভি শ্ব’ত নুপুৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল। বিপুল বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ