--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কঠিন সময়ৰ মাজেৰে দিন কটাইছে অভিনেত্ৰী ৰাখী সাৱন্তে। ভেলেণ্টাইন ডে'ৰ আগৰ দিনাখন ইনষ্টাগ‌্ৰামত ৰীতেশৰ সৈতে বিবাহ বিচ্ছেদৰ বিষয়ে পোষ্ট কৰিছিল ৰাখীয়ে। তাৰপাছত যেন একপ্ৰকাৰে ভাঙি পৰিছিল অভিনেত্ৰীগৰাকী। এটি মনটো ভাল লগাবলৈ ৰাখীয়ে এখন বিবাহ লৈ গমন কৰিব। ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ পুৱাৰ ভাগত আফছানা-চাজৰ বিয়ালৈ ৰাওনা হ'ব ৰাখী।স্বামী ৰীতেশ সিঙৰ পৰা হঠাতে পৃথক হোৱাৰ বাবে ৰাখী সাৱন্তে কঠিন সময়ৰ মাজেৰে দিন কটাইছে। অৱশ্যে, তেওঁ নিশ্চিত কৰিছে যে তেওঁৰ ব্যক্তিগত জীৱনে তেওঁৰ বিগ বছ ১৫ৰ বন্ধু আফছানা খানৰ বিয়াত প্ৰভাৱ পেলাব নোৱাৰে। সংবাদ মাধ্যমৰ সৈতে শেহতীয়াকৈ হোৱা বাৰ্তালাপত ৰাখী সাৱন্তে তেওঁৰ ফিয়াংক চাজৰ সৈতে আফছানাৰ বিয়াৰ প্ৰস্তুতিৰ বিষয়ে স্পষ্টভাৱে অৱগত কৰিছিল। তেওঁ প্ৰকাশ কৰিছিল যে, বিবাহৰ প্ৰতিটো উৎসৱৰ বাবে তেওঁৰ পোছাক সাজু । বিবাহ ঘৰত নৃত্য কৰি অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰিবলৈ ও সাজু আছে তেওঁ । 'ধাৰাৱী' আৰু 'গণপতি' নৃত্য কৰি সকলোৰে মন মুহিবলৈ সাজু হৈছে নৃত্য শিল্পীগৰাকী। এই নৃত্যৰ সম্পৰ্কত তেওঁ কয়, 'মুঝে পাচান্দ হে, আপনা মাষ্ট ফ্ৰিক-আউট নৃত্য,।' লগতে অতিথিৰ তালিকাত চেলিব্ৰেটীসকলৰ ভিতৰত কোন আছে সেই সন্দৰ্ভত ৰাখীয়ে প্ৰকাশ কৰে যে বলীউডৰ অভিনেত্ৰী জৰিন খানৰ পৰা বিগ বছ ১৫ ৰ উমাৰ ৰিয়াজলৈকে সকলোকে আফছানা আৰু চাজৰ বিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। ৰাখীয়ে আৰু প্ৰকাশ কৰিছিল যে, সকলোৱে ১৮ ফেব্ৰুৱাৰীৰ পুৱা আফছানা-চাজৰ বিয়ালৈ ৰাওনা হ'ব। সময় আৰু অন্যান্য বিৱৰণ ভাগ বতৰা কৰি, ইপিনে ৰাখীক আদৰিবলৈ পাপাৰাজিক বিমানবন্দৰত উপস্থিত হ'ব বুলিও মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু