--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ বাবে এতিয়া আৰু কেইটামান দিন বাকী আছে। এনে পৰিস্থিতিত মদ খোৱা ৰাজ্যসমূহত সুৰাৰ বিক্ৰী বৃদ্ধি পাবলৈ গৈ আছে। কাৰণ প্ৰতি বছৰে নৱবৰ্ষ উদযাপনৰ বাবে কোটি কোটি মূল্যৰ সুৰা কিনে।এই প্ৰতিবেদনত আমি জানিম যে নৱবৰ্ষত কোনখন ৰাজ্যৰ সুৰাপায়ীয়ে সৰ্বাধিক সুৰা ক্ৰয় কৰে৷

২০২৩ চনৰ নৱবৰ্ষৰ উদ্‌যাপনত ৰাজস্থানত সৰ্বাধিক পৰিমাণৰ সুৰা সেৱন কৰা হৈছিল। ২০২২ চনৰ ৩০ আৰু ৩১ ডিচেম্বৰত ৩৫.২৬ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। কেৱল জয়পুৰতে এই দুদিনত বিক্ৰী হৈছিল ১১ কোটি টকাৰ সুৰা। দিল্লীৰ কথা ক’বলৈ গ’লে ২০২২ চনৰ ৩১ ডিচেম্বৰত ইয়াত ৯ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল। আনহাতে ২০২১ চনৰ এই দুদিনৰ তথ্য চালে আবকাৰী বিভাগৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ ৩০-৩১ ডিচেম্বৰত ৰাজস্থানত ৭৭ কোটি ৮২ লাখ টকাৰ সুৰা বিক্ৰী হৈছিল।

অৰ্থনৈতিক গৱেষণা সংস্থা আইচিআৰআইআৰ আৰু আইন পৰামৰ্শদাতা সংস্থা পিএলআৰ চেম্বাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰায় ১৬ কোটি লোকে সুৰা সেৱন কৰে। এই সংখ্যাৰ ভিতৰত ৯৫ শতাংশ পুৰুষ। এই পুৰুষসকলৰ বয়স ১৮ৰ পৰা ৪৯ বছৰৰ ভিতৰত। ইয়াৰ বাহিৰেও এই সংখ্যাৰ পাঁচ শতাংশই সুৰা সেৱন কৰা মহিলা। 

CRISIL নামৰ এটা জৰীপ কোম্পানীয়ে ২০২০ চনত সমগ্ৰ দেশতে এক সমীক্ষা চলাইছিল। এই সমীক্ষাত দেখা গ’ল যে ২০২০ চনত ভাৰতৰ পাঁচখন ৰাজ্যত সৰ্বাধিক পৰিমাণৰ মদ্যপান কৰা হয়। ইয়াৰ ভিতৰত ছত্তীশগড় প্ৰথম স্থানত আছিল। ইয়াৰ মুঠ জনসংখ্যাৰ প্ৰায় ৩৫.৬ শতাংশই মদ্যপান কৰে। দ্বিতীয় স্থানত আছে ত্ৰিপুৰা। ইয়াৰ মুঠ জনসংখ্যাৰ ৩৪.৭ শতাংশই মদ্যপান কৰে। আনহাতে, অন্ধ্ৰ প্ৰদেশ তিনি নম্বৰত আছে। ইয়াৰ মুঠ জনসংখ্যাৰ ৩৪.৫ শতাংশই নিয়মিতভাৱে মদ্যপান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক