--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাদ্ৰাছাত অঘটন। এজন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক মাদ্ৰাছা খনৰে এজন  শিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন  হৈছে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলে শিক্ষকসকলক ঘেৰাও কৰে । ভুক্তভোগী ছাত্ৰ জনৰ  পিতৃয়ে  আৰক্ষীৰ ওচৰত এই বিষয়ত  অভিযোগ দাখিল কৰিছে।

অভিযোগ পোৱাৰ পিছতে অভিযুক্ত শিক্ষকজনক আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিছে।ঘটনাটো ঘটিছে  মুৰ্শিদাবাদৰ ডোমকালৰ এম.আই.ও.এছ.  মাদ্ৰাছাত। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি অভিযুক্ত শিক্ষকজনৰ ঘৰ সাগৰপাৰাৰ ৰৌশাননগৰ অঞ্চলত । পকচো আইনৰ অধীনত অভিযুক্ত শিক্ষক জনৰ  বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। ভুক্তভোগীৰ পিতৃয়ে  কয়, "১৫ অক্টোবৰ শনিবাৰে মোৰ পুত্ৰক বিদ্যালয়ৰ শৌচালয়লৈ মাতি আনি  শিক্ষকে যৌন নিৰ্যাতন চলাইছিল। কথাটো কাৰোৱাক জনালে  অভিযুক্ত শিক্ষকজনে ছাত্ৰজনক হত্যা কৰাৰ ভাবুকি দিছিল যদি ।সেইকাৰণে ছাত্ৰজনে ঘৰত কথাটো ক'বলৈ সাহস কৰা নাছিল যদিও তেওঁ শনিবাৰে আন সহপাঠীসকলক বিষয়টোৰ বিষয়ে কৈছিল"। 

পৰিয়ালটোৱে দেওবাৰে তেওঁৰ সহপাঠীসকলৰ জৰিয়তে এই বিষয়ে জানিব পাৰিছিল। মাদ্ৰাছাখনৰ কাৰ্যকৰী প্ৰধান শিক্ষক চাবিৰ আহমেদে কয়, "অভিযুক্ত শিক্ষকজনে ২০ দিন পূৰ্বে আন এখন বিদ্যালয়ৰ পৰা আহি মাদ্ৰাছাত যোগদান কৰিছিল। তেওঁৰ সৈতে তেনেদৰে কাৰো সম্পৰ্ক নাছিল। কিন্তু আমি প্ৰত্যেকেই তেওঁৰ আচৰণত অস্বাভাৱিকতা লক্ষ্য কৰিছিলো। ''










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক