--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছ ১৬ খ্যাত অৰ্চনা গৌতমে প্ৰিয়ংকা গান্ধীৰব্যক্তিগত সচিব  সন্দীপ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।অৰ্চনাই  ফেচবুকত লাইভত কয়  যে সন্দীপে তেওঁক  'দুপইচাৰ মহিলা' বুলি উপহাস  । তেওঁ লগতে এইবুলিও কয়  যে সন্দীপে তেওঁক  কাৰাগাৰলৈ নিপেক্ষৰ দিহা কৰিব বুলিও ভাবুকি দিছে৷  বিগ বছৰ খ্যাত অৰ্চনাই  কয়  যে প্ৰিয়ংকা গান্ধীৰ পিএই  এগৰাকী মহিলাৰ সৈতে কেনেদৰে কথা পাতিব লাগে সেয়া নাজানে।


এনে লোকসকলক কিয় কংগ্ৰেছত ৰখা হৈছে  বুলিও অৰ্চনাই প্ৰশ্ন কৰিছে৷  অৰ্চনাই লগতে এইবুলিও অভিযোগ কৰে যে সন্দীপে  কাকো প্ৰিয়ংকা গান্ধীৰ ওচৰলৈ যাবলৈ নিদিয়ে, সকলো কথা তেওঁৰ পৰা গোপনে ৰখা হয়।প্ৰিয়ংকাক  লগ পাবলৈ তাইক প্ৰায় এবছৰ সময় লাগিছিল বুলিও  অৰ্চনাই প্ৰকাশ কৰিছে৷ 
অৰ্চনাই কয় যে তেওঁ কংগ্ৰেছ দলত যোগদান কৰা নাই, কিন্তু তেওঁ  প্ৰিয়ংকা গান্ধীৰ অনুগামী। 

 অৰ্চনাই সন্দীপক প্ৰত্যাহ্বান জনাই কয় যে যদি 'আপোনাৰ সাহস আছে তেন্তে মোক কাৰাগাৰত ৰাখক।'' উল্লেখ্য  গৌতমক সপ্তম সপ্তাহত শিৱৰ প্ৰতি তেওঁৰ হিংসাত্মক আচৰণৰ বাবে বিগ বছ ১৬ ৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল ৷ সন্দীপৰ সৈতে অৰ্চনাৰ সংঘাতৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ