--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তীপোৰাত উগ্ৰপন্থী আৰু যুটীয়া বাহিনীৰ মাজত  তুমুল সংঘৰ্ষ সংঘটিত হৈছে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মঙলবাৰে পুৱতি নিশা হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদী  নিহত হৈছে। সন্ত্ৰালবাদীয়ে চলোৱা আক্ৰমণত ভাৰতীয় সেনাৰ দুজন জোৱানো  আহত হৈছে৷

কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে আৰক্ষী আৰু সেনাৰ যুটীয়া বাহিনীৰ সৈতে অৱন্তীপোৰাত সন্ত্ৰাসবাদীৰ  মাজত সংঘৰ্ষ লাগে৷ সংঘৰ্ষত  এজন সন্ত্ৰাসবাদী নিহত হয়৷  বাতৰি যুগুত কৰা পৰলৈকে  অভিযান চলি আছে ৷ এজন সেনা বিষয়াই দাবী কৰিছে যে সন্ত্ৰাসবাদীসকলক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি  বিচাৰি উলিওৱা হৈছিল।

২৬ ফেব্ৰুৱাৰীত পুলৱামাত সন্ত্ৰাসবাদীয়ে  এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰিছিল। সঞ্জয় শৰ্মা নামৰ  কাশ্মীৰী পণ্ডিত জনক তেওঁৰ ঘৰৰ পৰা ১০০ মিটাৰ দূৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল।  চিকিৎসালয়লৈ নিয়াৰ পথতে  তেওঁৰ মৃত্যু হৈছিল।
লেফটেনেণ্ট গভৰ্ণৰ (এলজি) মনোজ সিনহাই এই হত্যাকাণ্ডক গৰিহণা দিছিল আৰু কৈছিল যে সুৰক্ষা বাহিনীয়ে ঘটনাটোৰ আঁৰত থকা সকলক বিচাৰি উলিয়াব আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ