--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাবে লৈ  বিজেপিৰ সমৰ্থনত গঠন হ'বলগীয়া বিহাৰৰ নতুন চৰকাৰখনত দুজন উপ মুখ্যমন্ত্ৰী থাকিব। বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।   বিহাৰ বিজেপিৰ মুৰব্বী সম্ৰাট চৌধুৰী আৰু বিহাৰ বিধানসভাৰ বিৰোধী দলৰ নেতা বিজয় সিনহাক উপ- মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব দিয়া হ'ব পাৰে বুলি  সূত্ৰটোৱে জনাইছে। 

দলটোৰ ৰাষ্ট্ৰীয় মুৰব্বী জে পি নাড্ডা আজি সন্ধিয়া পাটনাত উপস্থিত হ'ব আৰু নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)ৰ সৈতে মিত্ৰতা  চূড়ান্ত কৰিব। 

উল্লেখ্য নীতিশ কুমাৰে  ৰাজ্যপালৰ কাৰ্যালয়ত উপস্থিত হৈ দেওবাৰে  দিনৰ ১১ বজাত পদত্যাগ পত্ৰ প্ৰদান কৰে। ইয়াৰ পূৰ্বে তেওঁ তেওঁৰ দলৰ বিধায়কসকলক তেওঁৰ চৰকাৰী বাসভৱনলৈ মাতি নি এক বৈঠকত মিলিত হয়। পদত্যাগৰ লগে লগে কুমাৰে ২৮ দলীয় বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ পৰাও  প্ৰস্থান কৰিলে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক