--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডক সহজভাবে নল’বলৈ বিশ্বৰ স্বাস্থ্য বিজ্ঞানীসকলে সতৰ্কবাণী শুনাই থকাৰ সময়তে বিহাৰৰ বোধগয়াত চাৰিজন বিদেশী পৰ্যটকৰ দেহত কোভিড-১৯ পোৱা গৈছে। লগে লগে চাৰিওজন বিদেশীলোককে  পৃথককৈ ৰখাৰ ব্যল্থা কৰা হৈছে।উল্লেখ্য  দালাই লামাই ২৯ ডিচেম্বৰৰ পৰা কিছুদিনৰ বাবে  গয়াত থাকিব।

কোভিড ধৰা পৰা চাৰিওজন পৰ্যটকে দালাই লামাৰ  অনুষ্ঠানত উপস্থিত থাকিবলৈ ভাৰতলৈ আহিছিল।আক্ৰান্তসকলৰ  ভিতৰত এজন ম্যানমাৰৰ, এজন থাইলেণ্ডৰ আৰু দুজন ব্ৰিটেইনৰ।  গয়া জিলাৰ দায়িত্বত থকা চিকিৎসা বিষয়া ডাঃ ৰঞ্জন সিঙৰ মতে আক্ৰান্ত বিদেশী লোক কেইজনৰ   শাৰীৰিক অৱস্থা গুৰুতৰ নহয়। অৱশ্যে, সংক্ৰমণ বিয়পা প্ৰতিহত কৰিবলৈ কৰ্তৃপক্ষই সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিছে৷

ইফালে কৰোনা ভাইৰাছৰ লক্ষণৰ থকা বাবে এজন বিদেশী লোকক কলকাতা বিমানবন্দৰৰ পৰা চিকিৎসালয়লৈ নিয়া হৈছে৷তেওঁক বেলেঘাটা আইডিত পৃথকভাৱে ৰখা হৈছে। ব্ৰিটিছ পাছপোৰ্ট থকা  যাত্ৰীজনে অষ্ট্ৰেলিয়াৰ পৰা কলকাতালৈ আহিছিল। উল্লেখ্য   প্ৰায় ৫০ খন দেশৰ ৬০,০০০ লোক বোধ গয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক