--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী বণ্ডৰ বহু নতুন নতুন তথ্য পোহৰলৈ আহি আছে। তথ্য অনুসৰি এপ্ৰিল ২০১৯ ৰ পৰা নিৰ্বাচনী বণ্ড ক্ৰয় কৰা কোম্পানীবোৰৰ ভিতৰত, নিফটিৰ সূচকত থকা ১৫  টা তালিকাভুক্ত আছে, যাৰ ভিতৰত আঠটা বিএছই চেঞ্চেক্সত তালিকাভুক্ত কৰা কোম্পানী। বৃহস্পতিবাৰে ভাৰতীয় ষ্টেট বেংক (এছবিআই) আৰু নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি।

 ১৫ টা  নিফটি ৫০ত -তালিকাভুক্ত কোম্পানীয়ে  মুঠ ৬৪৬  কোটি টকাৰ  নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল।   আনহাতে সেইবোৰৰ ভিতৰত  ভিতৰত চেঞ্চেক্স-তালিকাভুক্ত কোম্পানীবোৰৰ অংশ হৈছে প্ৰায় আধা, অৰ্থাৎ ৩৩৭ কোটি টকা। কেৱল ১৫ টা কোম্পানীয়ে ক্ৰয় কৰা  বিজেপিৰ নিৰ্বাচনী বণ্ডৰ মূল্য ৫২১ কোটি টকা বা মুঠ বণ্ডৰ  ৮১ %। 

উল্লেখ্য  নিফটিয়ে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত তালিকাভুক্ত ৫০ টা ডাঙৰ কোম্পানীক  প্ৰতিনিধিত্ব কৰে। চেঞ্চেক্স হৈছে একে ধৰণৰ সূচক যি বোম্বাই ষ্টক এক্সচেঞ্জত তালিকাভুক্ত ৩০ টা বৃহৎ কোম্পানীক প্ৰতিনিধিত্ব কৰে। এই সূচকসমূহৰ কোম্পানীবোৰে সমগ্ৰ ভাৰতীয় অৰ্থনীতিৰ মুখ্য খণ্ডসমূহক প্ৰতিনিধিত্ব কৰে। এই ১৫ টা কোম্পানীৰ ভিতৰত, প্ৰায় ১৩  টা কোম্পানীয়ে বিজেপিক দান কৰিছিল, আনহাতে দুটা (আইটিচি আৰু টেক মহিন্দ্ৰাই) বিজেপিক  কোনো অনুদান দিয়া নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী