--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজয় দেৱেৰকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ প্ৰেমৰ সম্পৰ্কই পুনৰ এবাৰ চৰ্চা লাভ কৰিছে। অৱশ্যে ৰাজহুৱাভাৱে নিজৰ সম্পৰ্ক স্বীকাৰ কৰা নাই অভিনয় জগতৰ তাৰকা দুগৰাকীয়ে। শেহতীয়াকৈ নিউজ ১৮ তেলেগুত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত দুয়োজনে নিজৰ এংগেজমেণ্ট কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে ৰশ্মিকা বা বিজয় দেৱাৰকোণ্ডাই এই বিষয়ত কোনো মন্তব্য কৰা নাই।

বিজয় দেৱাৰকোণ্ডা আৰু ৰশ্মিকাই দুখন ছবিত অভিনয় কৰিছিল - ক্ৰমে 'গীতা গোবিন্দম' আৰু 'ডিয়েৰ কমৰেড'। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা বহুলভাৱে প্ৰকাশ পাইছে।

যোৱা কেইদিনমানৰ পৰা বিজয় দেৱাৰকোণ্ডা আৰু ৰশ্মিকাৰ এংগেজমেণ্টৰ বাতৰিয়ে ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰি আছে। নিউজ ১৮ৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত দুয়োৰে বাগদান হ’ব। অৱশ্যে দুয়োৰে এংগেজমেণ্টৰ কোনো আনুষ্ঠানিক নিশ্চিতকৰণ নাই।

শেহতীয়াকৈ হায়দৰাবাদৰ বিজয় দেৱাৰকোণ্ডাৰ ঘৰত ৰশ্মিকাই দীপাৱলী উদ্‌যাপন কৰে। দুয়োকে একেলগে বন্ধত ফুৰিবলৈ যোৱাও দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement