--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশ্বাহৰুখ খানৰ পাঠান ছবিত গেৰুৱা বিকিনি পিন্ধি উদ্দাম নৃত্য কৰাৰ পিছৰে পৰা সমালোচিত হৈছিল দীপিকা পাডুকন৷ তেতিয়াৰে পৰা ৰাজহুৱা দৰ্শনৰ পৰা বিৰত আছিল দীপিকা৷ এতিয়া হঠাতে দীপিকাই দিছে তেওঁৰ উপস্থিতিৰ বতৰা৷ অনুৰাগীক আশ্বস্ত কৰি দীপিকাই ইনষ্টাগ্ৰামত পোষ্ট কৰিছে এটা বিশেষ পোষ্ট৷ 

কিছুদিন পূৰ্বে দীপিকা পাডুকন ৩৭ বছৰীয়া হৈছে।দীপিকাই শেহতীয়াকৈ  তেওঁৰ স্বামী ৰণবীৰৰ সৈতে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ সাগৰৰ পাৰলৈ গৈছিল। যদিও তেওঁ ঠাইখনৰ বিষয়ে গোপনীয়তা বজাই ৰাখিছে। কিন্তু ইয়াৰ মাজতে স্বামী ৰণবীৰে দীপিকাক লেন্স বন্দী কৰে।ভিডিঅ’টোত সাগৰৰ  ঢৌৰ মাজত  দীপিকাক  বিকিনি পিন্ধি থকা দেখা গৈছে, চুলি বতাহত উৰি আছে। তেওঁ এটা বিশেষ বাৰ্তাও দিছে।বহুলোকে আশা কৰিছিল যে দীপিকাই অন্ততঃ তেওঁৰ জন্মদিনত 'পাঠান' বিতৰ্কৰ বিষয়ে কিবা ক'ব। কিন্তু নায়িকাৰ মুখ বন্ধ হৈয়েই আছিল । 




কিন্তু এইবাৰ জন্মদিন পাৰ নোহোৱাৰ লগে লগে দীপিকাৰ পৰা এটা বিশেষ বাৰ্তা আহিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত লিখিছে, "এটা আভাস, ঠিক এৰি এহা  বছৰটোৰ দৰে, অন্ততঃ জন্মদিনটো যিদৰে অতিবাহিত হৈছিল। মই নতুন বছৰত নতুন কিবা এটাৰ বাবে অপেক্ষা কৰি আছোঁ, সকলোৱে উন্নতি কৰক,সুখেৰে  বাস কৰক, আপোনালোক সকলোকে ধন্যবাদ। শেষত দীপিকাই  কয়, "মোৰ জন্মদিনত ইমানবোৰ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। ''বৃহস্পতিবাৰে দীপিকাৰ জন্মদিন উপলক্ষে শ্বাহৰুখ খানেও 'পাঠান'ৰ অভিনেত্ৰীগৰাকীৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক