--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুনিশা শৰ্মাৰ মৃত্যুৰ পাছত টিভি ধাৰাবাহিক ‘আলি বাবা: দস্তান-ই-কাবুল’ পৰিছে বিপদত। ধাৰাবাহিকখনৰ মুখ্য অভিনেত্ৰীগৰাকীৰ আত্মহত্যা আৰু অভিনেতা শ্বীজান খানক গ্ৰেপ্তাৰ কৰাৰ পাছতে শ্বুটিং বন্ধ কৰি দিয়া হয়। কিন্তু এতিয়া নতুন আগশাৰীৰ অভিনেতাৰ সৈতে পুনৰ আৰম্ভ কৰা হ’ব শ্বুটিং। 

শ্বীজান খানৰ চৰিত্ৰত অভিনয় কৰিবলৈ অভিষেক নিগমৰ নাম চৰ্চালৈ আহিছে। আনহাতে, শেহতীয়া খবৰ অনুসৰি তুনিশাৰ ঠাইত ৰাজকুমাৰী মৰিয়মৰ চৰিত্ৰত অভিনয় কৰিবলৈ অৱনীত কৌৰৰ নাম চৰ্চালৈ আহিছে।
Avneet Kaur Biography in Hindi | अवनीत कौर जीवन परिचय | StarsUnfolded -  हिंदी
অৱনীত কৌৰ

অৱনীত কৌৰে ৰাজকুমাৰী মৰিয়মৰ চৰিত্ৰত অভিনয় কৰাৰ কথা চৰ্চা চলিছে যদিও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। উল্লেখ্য যে, প্ৰয়াত অভিনেত্ৰী তুনিশা শৰ্মাৰ বেষ্ট ফ্ৰেণ্ড হয় অৱনীত কৌৰ। তুনিশাৰ মৃত্যুত অৱনীত শোকত ভাগি পৰিছিল।
Abhishek Nigam to Star in SAB TV's next as the main lead? | India Forums
অভিষেক নিগম

দীৰ্ঘদিন ধৰি টিভি উদ্যোগৰ গছিপ কৰিডৰত চৰ্চা চলি আহিছে যে এই বিপদৰ পাছত ‘আলী বাবা’ৰ ধাৰাবাহিকখনত নতুন মুখ্য অভিনেতা-অভিনেত্ৰী হিচাপে কাক দেখা যাব। বৰ্তমান ‘আলি বাবা: দস্তান-ই-কাবুল’ৰ চেটটোও সলনি কৰা হৈছে। জানিব পৰা মতে প্ৰথমে পুলিচে পুৰণি চেটটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। তাৰপাছত পূজা-পাতল কৰাৰ পাছতহে সেই ঠাইত পুনৰ শ্বুটিং আৰম্ভ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক